মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্য্যসূচী

 

অৱলোকন:

১৯৯৮-৯৯ চনত অসমৰ ডিব্ৰুগড় জিলাত প্ৰথম বাৰৰ কাৰণে সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্য্যসূচী ( আৰ এন টি চি পি)কাৰ্য্যকৰী কৰা হয়। ডিব্ৰুগড় জিলাত সফল কাৰ্য্যকৰীকৰণৰ পাছত আৰ এন টি চি পি কাৰ্য্যসূচীয়ে এতিয়া অসমৰ ২৭ খন জিলাক সামৰি হৈছে। সম্প্ৰতি, ১৫০ টা যক্ষ্মা গোট অসমত গঠন কৰা হয় আৰু ৩৫০ টা নৱনিযুক্ত অনুৱীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ। ৭,০০০ তকৈও বেছি ডি ও টি কেন্দ্ৰ বৰ্তমান ৰাজ্যত চলি আছে টি বি ৰোগীক প্ৰত্যক্ষ নিৰীক্ষণ আৰু চিকিৎসাৰ যোগান ধৰাৰ কাৰণে।

উদ্দেশ্য :

আৰ এন টি চি পি কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হ`ল সকলোবোৰ টি বি ৰোগীৰ কাৰণে ডি ও টি এছ নিশ্চিত কৰা। কাৰ্য্যসূচীৰ উদ্দেশ্য হ`ব সকলো টি বি ৰোগাৰ প্ৰদুৰ্ভাৱত ৯০ শতাংশ হাৰত সাফল্য লাভ কৰা আৰু ৯০ শতাংশ কৃতকাৰ্য্যতাৰ হাৰ সকলো নতুনৰ কাৰণে আৰু ৮৫ শতাংশ পুনৰ চিকিৎসা কৰা কেছৰ কাৰণে।

ৰাজ্যিক টি বি নিয়ন্ত্ৰণ সমিতি ( এছ টি চি এছ) অসমৰ টি বি বিযয়া হিছাপে আৰ এল টি চি পিৰ সৰ্বপ্ৰকাৰৰ কাৰ্য্যৰ বাবে দায়িত্ব গ্ৰহণ কৰে অসম চৰকাৰৰ যুটীয়া সঞ্চালকে।২৭ খন জিলাত ৬৪ জন জিলা মেডিকেল বিষয়া (যক্ষ্মা)ৰ লগতে জিলা টি বি বিষয়া (ডি টি ও)আছে।

ৰাজ্যিক টি বি নিয়ন্ত্ৰণ সমিতি (এছ টি চি এছ) ৰ ঠিকা ভিত্তিক সহায়ক কাৰ্য্যসূচী ৰূপায়ণ বিষয়া ( এ পি ও), মেডিকেল বিষয়া (এম ও এছ টি চি এছ) আছে, এজন ৰাজ্যিক টি বি-এইচ আই ভি সমন্বয় বিষয়া, ৰাজ্যিক তথ্য যোগান ধৰোতা, শিক্ষা আৰু যোগাযোগ বিষয়া, এজন ৰাজ্যিক হিছাব পৰীক্ষকৰ লগতে এজন সচিব পৰ্য্যায়ৰ সহায়ক, এজন তথ্য সংগ্ৰহ কৰা অপাৰেটৰ, এজন ফাৰ্মাছিষ্ট, এজন ঔষধ জমা ৰখা সহায়ক আৰু এজন গাড়ী চালক। এইবোৰৰ বাহিৰে এটা নিয়মিত কৰ্মচাৰীৰ গোট আছে।

কামৰ প্ৰতিৱেদন:

এম ও- এছ টি চি এছ ৰ লগত এছ টি ও, ৰাজ্যিক টি বি-এইচ আই ভি সমন্বয়ৰক্ষী, আই ই চি বিষয়া আৰু ৰাজ্যিক হিছাব পৰীক্ষক, সকলোৱে নিয়মিত ভাৱে জিলা পৰিভ্ৰমণ কৰে কৰ্মসূচীৰ কাৰ্য্য উন্নত কৰিবলৈ। ৰাজ্যিক পৰ্য্যায়ৰ পৰ্য্যবেক্ষণ সভাবোৰ নিয়মিত ভাৱে অনুষ্ঠিত হয় প্ৰতিটো সপ্তাহত ৰাজ্য কৰ্মসূচী কাৰ্য্য নিৰীক্ষণ আৰু পৰিদৰ্শন কৰিবলৈ। ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ আৰু কৰ্মশালা সংশ্লিষ্ট বিষয়া আৰু কৰ্মচাৰীৰ কাৰণে অনুষ্ঠিত হয় কৰ্মসূচীৰ নীতি-আদৰ্শ অনুযায়ী। জিলা বিলাকে এম ও পি এইচ আই, এম পি ডব্লিউ/এমপি ডব্লিউ এছ আৰু ৰাজহুৱা ডি ও টি যোগান ধৰোতাক প্ৰশিক্ষণ দিয়ে।

আই ই চি কাৰ্য্য হৈছে এক গতিশীল পদ্ধতি-ৰাজহুৱা সজাগতা সভা আৰু ৰোগী যোগান ধৰোতাৰ পাৰস্পৰিক সভা নিয়মিতৰূপে আহ্বান কৰা হয় কৰ্মসূচীৰ নীতি- আদৰ্শ অনুযায়ী। ৰাজহুৱা সজাগতাৰ কাম-কাজ যেনে আই ই চি ষ্ট`ল, ৰেডিঅ` আৰু টি ভি আলোচনা, দেৱাল চিত্ৰ-কলা, বেনাৰ, বিজ্ঞাপন, পোষ্টাৰ আদি কাৰ্য্য কৰা হয় গোটেই বছৰ জুৰি। উল্লেখ কৰি থোৱা ভাল হ`ব যে বিশ্ব টি বি দিৱস প্ৰতিবছৰে ২৪ মাৰ্চত পালন কৰা হয় দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত যেতিয়া বহুত বিশেষ ধৰণৰ কাৰ্য্যৰ সংগঠন কৰা হয় টি বি ৰ বাৰ্তা প্ৰচাৰৰ কাৰণে।

ৰাজ্য মধ্যৱৰ্তী প্ৰসংগ পৰীক্ষাগাৰ ( টি আৰ এল) আছে গুৱাহাটী মেডিকেল কলেজত বহুমুখী ঔষধ টি বি প্ৰতিৰোধ আৰু পৰীক্ষাসেৱাৰ যোগান ধৰিবলৈ, গোটা, জুলীয়া আৰু অনুজৈৱিক প্ৰযুক্তিৰে ( এল পি এ আৰু চি বি এন এ এ টি) দ্বাৰা, সমগ্ৰ অসমৰ লগতে মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডত।

অসমে কৃতিত্ব লভিব পাৰিছে নতুনকৈ ৬ জুন ২০১৬ ত আৱিস্কাৰ হোৱা বিস্ময়কৰ অণুঘটনাৰ শুভাৰম্ভৰ বাবে যাৰ নাম দিয়া হৈছে বেদাকুইলাইন সমগ্ৰ এছিয়া মহাদেশতে সৰ্বপ্ৰথম বাৰৰ বাবে। এইটো আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল`বায়`স্পেকট্ৰাম ফ্ৰম ছিংগাপুৰ`ত প্ৰকাশ হৈছে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ছপা আৰু বৈদ্যুতিক মাধ্যমত প্ৰকাশ হোৱাৰ বাহিৰেও।

ৰাজ্যিক টি বি-এইচ আই ভি সমন্বয়ৰক্ষী সমিতি গঠন কৰা হৈছে জিলাবোৰৰ সকলো প্ৰাসংগিক কৰ্মচাৰী গোট ( ডি টি ও, এম ও টি চি, এছ টি এছ, এছ টি এল এছ, টি বি –এইচ ভি, ডি আৰ- টি বিৰ সমন্বয় ৰক্ষক আৰু এল টি এছ) প্ৰশিক্ষণ দিয়া হৈছে টি বি-এইচ আই ভি খোটালিত।

অসমত আৰ এন টি চি পি ৰ ৰজ্যিক ঔষধ ভাণ্ডাৰ আছে ৰাজ্যিক পৰ্য্যায়ত যিটো এজন ফাৰ্মাচিষ্ট আৰু ঔষধ ভাণ্ডাৰ তত্বাৱধায়কৰ দ্বাৰা পৰিচালিত হয়।

আৰ এন টি চি পি কাৰ্য্যৰ নিৰ্দেশকবোৰ :

২০১৬ চনৰ কাম

                          

                            

জিলাৰ নামচিকিৎসা নিবদ্ধ কৰা মুঠ ৰোগীৰ সংখ্যাবাৰ্ষিক মুঠ কেচ চিনাক্ত হাৰ(প্ৰতি লাখ পি ও পি)বাৰ্ষিক নতুন ধূসৰ সদৰ্থক কেচ চিনাক্ত হাৰ(প্ৰতি লাখ পি ও পি)চিনাক্তায়িত কেচৰ সাফল্য হাৰ

বাক্সা

১১১৭

১১৩

৪৯

৮৬%

বঙাইগাঁও

৬৪৩

৮৫

৪৩

৮৮%

বৰপেটা

১২৫৩

৭২

২৭

৮৪%

চিৰাং

৬৯৩

১৩১

৭১

৮৬%

কাচাৰ

১৯৫২

১০৫

৩৬

৮৭%

ধুবুৰী

২১৫৭

১০৪

৪১

৯০%

ডিব্ৰুগড়

২৫৭৬

১৮১

৭০

৮৯%

ধেমাজি

৬৬৩

৯০

৪৯

৯১%

দৰং

৬০৫

৬২

২৭

৮৬%

গোৱালপাৰা

১০৪৮

৯৭

৪০

৮৬%

গোলাঘাট

১৭৪৫

১৫৪

৫৩

৮৮%

হাইলাকান্দি

৪৮৭

৬৯

২৫

৮৪%

যোৰহাট

১৩০৫

১১২

৪০

৮৮%

কাৰ্বি আলং

১২০০

১১৬

৪৮

৮৫%

কোকৰাঝাৰ

১৪১০

১৪৬

৬৭

৮৮%

কামৰূপ মহানগৰ

১৭৫৮

১৩১

৩৭

৮১%

কামৰূপ

১২৯৩

৭৯

৩১

৮৪%

কৰিমগঞ্জ

১০০৮

৭৭

৩২

৮৬%

লখিমপুৰ

৯৯৫

৮৯

৩৯

৮৭%

মৰিগাঁও

৯৭০

৯৫

৩৩

৭৮%

উত্তৰ কাচাৰ পাৰ্বত্য জিলা

২৮১

১২৩

৫০

৮৭%

নগাঁও

২৮২৫

৯৪

৩৬

৮৯%

নলবাৰী

৭০১

৭৮

৪২

৯১%

শিৱসাগৰ

১৫৯২

১২৯

৪৮

৭৮%

শোণিতপুৰ

২৮৩৫

১৪৩

৭০

৮৬%

তিনিচুকীয়া

২৭১৬

১৯৩

৭৮

৮৬%

ওদালগুৰি

১২১১

১৩৬

৫০

৮৪%

অসম

৩৭১৪০

১১১

৪৫

৮৬%

ডি ও টি এছ স্বাস্থ্য ৰক্ষা বিধিৰ অধীনত ৰোগীক কৰা চিকিৎসা মাত্ৰ সন্নিৱিষ্ট কৰা হৈছে

ৰাজ্যৰ যোগাযোগ:

ক্ৰঃ নংৰজ্যিক বিষয়া সমূহৰ নামপদৱীকাৰ্য্যালয়ৰ ঠিকনাভ্ৰাম্যভাষই মেইল আইডি
ড. এন. জে. দাসএছ টি ওযুটীয়া সঞ্চালকৰ কাৰ্য্যালয়, স্বাস্থ্য সেৱা সমূহ (টি বি), সঞ্চালকালয়  স্বাস্থ্য সেৱা, অসম, হেঙেৰাবাৰী, গুৱাহাটী-৩৬৯৮৬৪০৬৭১৪৬stoas@rntcp.org
ড. এন. এন. সোনোৱালএম ও৯৪৩৫১১০৫৬৭
ড. এছ. বৰাটি বি/ এইচ্‌ আই ভি সমন্বয়কাৰী০৪৩৫৭০৬৭২২
শ্ৰী পি. বৰদলৈআই ই চি ও০৮৬৪০৭৭৩৮৮
শ্ৰী ডি. ভৌমিকগাণনিক৯৪৩৫১৯৯৯৮৮
শ্ৰী এ. গোস্বামীডি ই ও৯৪৩৫৩০০৬৮১
      

জিলাৰ যোগাযোগ:

ক্ৰঃ নংআৰ এন টি চি পি জিলাৰ নামজিলা টি বি বিষয়াৰ সম্পূৰ্ণ নামকাৰ্য্যালয়ৰ ঠিকনাপিন ক`ডভ্ৰাম্যভাষ নংইমেইল আই ডি
বৰপেটাড. এছ. এ. আহমেদজিলা টি বি কেন্দ্ৰ, বৰপেটা আই/চি জিলা টি বি কেন্দ্ৰ (পুৰণি অসামৰিক  চিকিৎসালয় চৌহদ)পোঃ অঃ আৰু জিলা বৰপেটা৭৮১৩০১৯৪৩৫০-২৪৮৫৫dtoasbpt@rntcp.org
বঙাইগাওঁ ড. এইচ. চৰকাৰজিলা টি বি কেন্দ্ৰ (বঙাইগাওঁ অসামৰিক  চিকিৎসালয় চৌহদ) বৰপেটা পোঃ অঃ + জিলা বঙাইগাওঁ অসম৭৮৩৩৮০৯৪৩৫৪-৮৪১৬৭dtoasbng@rntcp.org
কাচাৰড. আবেদৰছুল মজুমদাৰজিলা যক্ষ্মা কেন্দ্ৰ, এছ. এম. দেৱ অসামৰিক  চিকিৎসালয়৭৮৮০০১৯৪৩৫০-৭১৯১৬dtoaschr@rntcp.org
দৰংড. কে. কে. ডেকামংগলদৈ অসামৰিক  চিকিৎসালয় চৌহদ, পোঃ অঃ মংগলদৈ জিলা দৰং৭৮৪১২৫৯৪৩৫০-১০৩৫২dtoasdrg@rntcp.org
ধেমাজিড. পি. পি. বৰুৱাজিলা টি বি কেন্দ্ৰ পোঃ অঃ আৰু জিলা ধেমাজি৭৮৭০৫৭৯৪৩৫০-৮৯৩৪১dtoasdmj@rntcp.org
ধুবুৰীড. জে. বি. ৰয়জিলা টি বি কেন্দ্ৰ, চেষ্ট চিকিৎসালয় চৌহদ, পোঃ অঃ আমক` ৰোড, ধুবুৰী, অসম৭৮৩৩২৩৯৪৩৫০-২৯৩৯০dtoasdbb@rntcp.org
ডিব্ৰুগড়ড. এইচ. সোনোৱালঅসম চিকিৎসা মহাবিদ্যালয় চৌহদ, পোঃ অঃ আৰু জিলা ডিব্ৰুগড়৭৮৬০০৩৯৪৩৫১-৩৯০৮২dtoasdbr@rntcp.org
গোৱালপাৰাড. আৰ কাকতিজিলা টি বি কেন্দ্ৰ, ২০০ বিছনা যুক্ত অসামৰিক চিকিৎসালয়,পোঃ অঃ – ভালুকডুবি, জিলা গোৱালপাৰা, অসম৭৮৩১০১৯৪৩৫০-২৩৮৫৮dtoasglp@rntcp.org
গোলাঘাটড. এছ. তামুলীজিলা টি বি কেন্দ্ৰ, কে. কে. চি.এইচ চৌহদ, গোলাঘাট, অসম৭৮৫৬২১৯৮৫৪১-৬০৮৮৮dtoasglt@rntcp.org
১০হাইলাকান্দিড. এন. এইচ. মাজৰভূঞাঁহাইলাকান্দি নগৰ, পুৰণি চিকিৎসালয় চৌহদ৭৮৮১৫১৯৪৩৫০-৭৮৬৩৯dtoashlk@rntcp.org
১১যোৰহাটড. বি. কে. পেগুঅসামৰিক  চিকিৎসালয় চৌহদ, পোঃ অঃ আৰু জিলা যোৰহাট৭৮৫০০১৯৪০১৩-৬৭৮১০dtoasjht@rntcp.org
১২কামৰূপড. এছ. নিশাএল জি বি চেষ্ট চিকিৎসালয় চৌহদ, কালাপাহাৰ, বিৰুবাৰী, গুৱাহাটী৭৮১০১৬৮৪৮৬৩-৬৭৭৩৩dtoaskmp@rntcp.org
১৩কাৰ্বিআলংড. জি দেউৰীজিলা টি বি কেন্দ্ৰ, ডিফু,কাৰ্বিআলং৭৮২৪৬০৯৪৩৫০-৬৬৬০৮dtoaskag@rntcp.org
১৪কৰিমগঞ্জড. বি. কে. সিংজিলা টি বি কেন্দ্ৰ, অসামৰিক  চিকিৎসালয় বিপৰীতে, কৰিমগঞ্জ, পোঃ অঃ আৰু জিলা কৰিমগঞ্জ৭৮৮৭১০৯৮৫৪৫-২৫২৯১dtoaskxj@rntcp.org
১৫কোকৰাঝাৰড. জে. চি. বৰোঅসামৰিক  চিকিৎসালয় চৌহদ, পোঃ অঃ আৰু জিলা কোকৰাঝাৰ৭৮৩৩৭০৯৪৩৫০-২৭৩০৯dtoaskjr@rntcp.org
১৬লখিমপুৰড. আৰ. শইকীয়াপুৰণি চিকিৎসালয় চৌহদ,পোঃ অঃ আৰু লখিমপুৰ৭৮৭০০১৯৯৯৫৪০-৯৪৯৫১dtoaslkr@rntcp.org
১৭মৰিগাঁওড.এন. কোঁৱৰজিলা টি বি কেন্দ্ৰ,মৰিগাঁও অসামৰিক  চিকিৎসালয়৭৮২১০৫০৮৬৪০-৩৫৪৯৯dtoasmrg@rntcp.org
১৮নগাঁওড. এম. আৰ. মাতাব্বৰজিলা টি বি কেন্দ্ৰ, বি. পি. অসামৰিক  চিকিৎসালয়,নগাঁও, অসম৭৮২০০১৯৪৩৫১-৬০১৮৪dtoasngn@rntcp.org
১৯নলবাৰীড. এছ. মজুমদাৰঅসামৰিক  চিকিৎসালয় চৌহদ, পোঃ অঃ আৰু জিলা নলবাৰী৭৮১৩৩৫৯৪৩৫৩-২২৯৮০dtoasnlb@rntcp.org
২০উত্তৰ কাচাৰ পাৰ্বত্য জিলাড. (শ্ৰীমতী)কে. কেমপ্ৰাইজিলা টি বি কেন্দ্ৰ, অসামৰিক  চিকিৎসালয় চৌহদ, উত্তৰ কাচাৰ পাৰ্বত্য জিলা, হাফলং, অসম৭৮৮৮১৯৯৪৩৫৭-১২৯৭৭dtoasnch@rntcp.org
২১শিৱসাগৰড. এ. আহমেদজিলা টি বি কেন্দ্ৰ, অসামৰিক  চিকিৎসালয় চৌহদ, জয়সাগৰ, জিলা- শিৱসাগৰ৭৮৫৬৪০৯৯৫৭০-৯০৭৪২dtoassbr@rntcp.org
২২শোণিতপুৰড. আৰ. এম. হয়জিলা টি বি কেন্দ্ৰ, শোণিতপুৰ, তেজপুৰ৭৮৪০০১৯৪৩৫০-২৮৪৪৪dtoasspr@rntcp.org
২৩তিনিচুকীয়াড. (শ্ৰীমতী) টি বৰাজিলা টি বি কেন্দ্ৰ, ও/ও যুটীয়া সঞ্চালক স্বাস্থ্য সেৱা থানা চাৰিআলি তিনিচুকীয়া৭৮৬১২৫৯৪৩৫১-৩৪২৪৬dtoastsk@rntcp.org
২৪ওদালগুৰিড.  জি. ব্ৰহ্মজিলা টি বি কেন্দ্ৰ, পি এইছ চি চৌহদ, ওদালগুৰি পোঃ অঃ ওদালগুৰি৭৮৪৫০৯৯৪৩৫১-৮৪৩৩৫dtoasulr@rntcp.org
২৫বাক্সাড. এম. বৰোজিলা টি বি কেন্দ্ৰ, অসামৰিক  চিকিৎসালয় চৌহদ, পোঃ অঃ মুছলপুৰ, জিলা-বাক্সা৭৮১৪৭২৯৮৫৪০-৫৬৮৫০dtoasbks@rntcp.org
২৬চিৰাংড. ইউ. কে. বিশ্বাসজিলা টি বি কেন্দ্ৰ, অসামৰিক  চিকিৎসালয় চৌহদ, পোঃ অঃ কাজলগাওঁ, জিলা-চিৰাং৭৮৩৩৮৫৯৪৩৫১-২২৪৬৬dtoaschg@rntcp.org

গুৰুত্বপূৰ্ণ যোগসূত্ৰ :

কেন্দ্ৰীয় টি বি বিভাগ :স্বাস্থ্য সেৱাসমূহৰ সঞ্চালকালয় প্ৰধান
নিৰ্মাণ ভৱন, নতুন দিল্লী, ভাৰত
ৱেব: http://www.tbcindia.nic.in


কেন্দ্ৰীয় যক্ষ্মা প্ৰতিষ্ঠান, বাংগালোৰ
এন টি আই, বাংগালোৰ: nti@ntiindia.org.in

যক্ষ্মাৰ ওপৰত গৱেষণাৰ কাৰণে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, এটা স্থায়ী প্ৰতিষ্ঠান মেডিকেল গৱেষণাৰ ভাৰতীয় পৰিষদৰ অধীনত (আই চি এম আৰ)
ৱেব: http://www.nirt.res.in/

যক্ষ্মা আৰু শ্বাস-প্ৰশ্বাসজনিত বেমাৰৰ এল আৰ এছ প্ৰতিষ্ঠান
ৱেব: http://www.lrsitbrd.nic.in/