মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

ৰাষ্ট্ৰীয় বীজাণুবাহক বেমাৰ নিয়ন্ত্ৰণ কৰ্মসূচী

 

মেলেৰিয়া : অৱনমিত ( এ পি আই- বছৰেকীয়া পৰোপজীৱী সংঘটন ০.৪৩) এল এল আই এন ৭,৯১,৫৫৬ বিতৰণ কৰা হয়, ২৮, ৫৮, ১২২ এল এল আই এন পাইপ লাইনত আছে।

জাপানীজ এনকেফেলাইটিছ : ৪ তৰপীয়া আই চি ইউ তিনিখন জিলাত স্থাপন কৰা হৈছে যেনে উত্তৰ লখিমপুৰ, শিৱসাগৰ, গোলাঘাট জিলা। সকলো জিলা হস্পিতেলত পৰীক্ষণৰ সা-সঁজুলি আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

ডেংগু : সকলো জিলা হস্পিতেলত সা-সঁজুলি আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ডেংগু প্ৰভাৱিত লোকৰ কাৰণে।

মেলেৰিয়া:

বস্তুনিষ্ঠ লক্ষ্য : বছৰেকীয়া মেলেৰিয়া ঘটনা ৰাষ্ট্ৰীয় পৰ্য্যায়ত ১০০০ৰ ভিতৰত ১ জনতকৈও কম কৰাৰ লক্ষ্য লোৱা হৈছে ২০১৭ চনৰ ভতৰত আৰু ইয়াক নিৰীক্ষণ কৰা হ`ব জিলা পৰ্য্যায়ত।

বছৰেকীয়া ৰক্ত পৰীক্ষাৰ হাৰ (এ বি ই আৰ) : ওপৰত উল্লেখ কৰা উদ্দেশ্যক অসমত সিদ্ধিলাভ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। ২০১৫ চনৰ কাৰণে লোৱা বস্তুগত লক্ষ্যবোৰ ৰখা হৈছিল তলত দিয়া ধৰণে।

১৫ বছৰেকীয়া বীজাণুবাহক ৰোগৰ ঘটনা ( এ পি আই) ০.৪০

বস্তুগত সাফল্য:

সূচকবৰ্ষলক্ষ্যসাফল্য
এ বি ই আৰ২০০৮১০৮.৬২
২০০৯১০৯.৬৬
২০১০১২.৭৮১৩.৭৫
২০১১১৫.৯১৩.৫
২০১২১৩.৭১২.২
২০১৩১৩.৭১১.৮২
২০১৪১০.২৫১১.০৮
 ২০০৮<২২.৭৫
এ পি আই২০০৯<২২.৯২
২০১০<১.৬৬২.১১
২০১১<১.৬৬১.৮০
২০১২১.৭১০.৯২
২০১৩১.৭০.৫৯
২০১৪০.২৮০.৪৩
বৰ্ষমেলেৰিয়া চিনাক্ত কৰণৰ কাৰণে ৰক্ত পৰীক্ষণমেলেৰিয়াৰ কেচৰ সংখ্যাপি এফ কেচৰ সংখ্যাএ বি ই আৰ (বাৰ্ষিক ৰক্ত পৰীক্ষণৰ হাৰ)এ পি আই (বাৰ্ষিক পেৰাচাইট জনিত ঘটনা)মৃত্যু
২০১০৪২০১৮৭৯৬৬২৯৩৪৮৩৩০১৩.৭৫২.১১৩৬
২০১১৪১৩০২১৬৪৭২৯৭৩৪৭০৭১৩.৫১.৮০৪৫
২০১২৪১৪৯৩৯৪৩০৯৪০২০৬১৫১২.২৫০.৯২১৩
২০১৩৩৮৯৫৩৩০১৯৫৪২১৪৯৬৯১১.৮২০.৫৯৭
২০১৪৩৬৮৪০৬৮১৪৫৪০১১২১০১১.০৮০.৪৩১১
২০১৫ (১৮ চেপ্তেম্বৰৰ লৈকে)২০৩৮২৫৩৭৭৫৪৬৪৮৯  ৪

ডেংগু আৰু চিকুনগুনিয়া :

বস্তুনিষ্ঠ লক্ষ্য :
  • ডেংগু বেমাৰৰ মাৰাত্মকতাৰ হাৰ ১ % ৰো কম কৰা।
  • ডেংগু আৰু চিকুনগুনিয়াৰ ঘটনা কম কৰা।
  • নিৰীক্ষণ যন্ত্ৰ শক্তিশালী কৰা।
 
লক্ষ্য :
  • ডেংগু বেমাৰৰ মাৰাত্মকতাৰ হাৰ ১ % ৰো কম কৰা।
  • কাৰ্য্যকৰী প্ৰহৰী নিৰীক্ষণ হস্পিতেল প্ৰভাৱিত জিলাত স্থাপন কৰা।
  • সক্ৰিয় সঁহাৰি দলৰ তৎপৰতা বৃদ্ধি কৰা।
 

বস্তুগত সাফল্য :

ডেংগুৰ স্থান
বৰ্ষডেংগু পজিটিভৰ সংখ্যামৃত্যু
২০০৯০০
২০১০২৩৭২
২০১১০০
২০১২৯৬৬৫
২০১৩৪৫২৬২
২০১৪৮৫০
২০১৫ (১৮ চেপ্তেম্বৰৰ লৈকে)৯২১

সক্ৰিয় প্ৰহৰীৰ নিৰীক্ষণমূলক কাম

২০১১ চন : মেডিকেল কলেজ সহ ৭ খন প্ৰহৰী হস্পিতেলে  কাম কৰি আছে।

২০১২ চন : দুখন মেডিকেল কলেজ সজ্জিত কৰা হৈ আছে প্ৰহৰী দিশৰ পৰীক্ষাগাৰৰ কাৰণে।

২০১৩ চন : ১৩ খন প্ৰহৰী পৰীক্ষাগাৰে কাম কৰি আছে।

২০১৪ চন : ২৭ খন প্ৰহৰী পৰীক্ষাগাৰে কাম কৰি আছে।

কোনো চিকুনগুনিয়াৰ কেছ ৰাজ্যত ধৰা পৰা নাছিল ২০১০,২০১১,২০১২লৈ। ২০১৩ চনত মুঠ ৭৮ জন চিকুনগুনিয়া কেছৰ লক্ষণ ধৰা পেলোৱা হৈছিল জি এম চি হস্পিতেলত ডেংগু নিগেটিভ তেজৰ নমুনা পৰীক্ষা কৰাৰ পাছত।

জাপানীজ এনকেফেলাইটিছ

বস্তুনিষ্ঠ লক্ষ্য:

  • প্ৰাদুৰ্ভাৱৰ প্ৰতিৰোধ।
  • জে ই কেছৰ সংখ্যা কমোৱা আৰুমৃত্যুৰ হাৰ ৫০ % লৈ কমোৱাৰ লক্ষ্য ২০১৭ চনৰ ভিতৰত।
 

লক্ষ্য:

  • বীজাণুবাহী ৰোগ নিৰীক্ষণৰ উন্নতি ঘটোৱা প্ৰহৰী ক্ষেত্ৰস্থলৰ বৃদ্ধিৰ জৰিয়তে।
  • জিলা আৰু মহকুমা হস্পিতেলত কেছ পৰিচালনাৰ কাৰণে সা-সুবিধাবোৰ উন্নত কৰা।
  • বাধাগ্ৰস্ত ৰোগীক পুনৰ্বাসনৰ ব্যৱস্থা কৰা পুনৰ সংস্থাপিত কেন্দ্ৰ স্থাপনৰ দ্বাৰা।
  • আই ই চি আৰু বি চি চি কৰ্য্যক্ৰম প্ৰবল কৰা।
  • গৃহ-ক্ষমতা বৃদ্ধি কৰা।
  •  প্ৰহৰী ক্ষেত্ৰস্থলত মহৰ সম্ভাৱনীয়তাৰ প্ৰতিৰোধৰ কাৰণে অভিযান চলাবলৈ আন্তঃ খণ্ডৰ কাম-কাজ এক মুখী কৰা।
 

ক্ষেত্ৰস্থলত পৰীক্ষাগাৰ প্ৰহৰীৰ নিৰীক্ষণ ( এছ এছ এছ এল)

বৰ্ষএ ই ইছজে ই এছ 
 বিষয়সমূহমৃত্যুবিষয়সমূহমৃত্যুচি এফ আৰ
২০০৮৩১৯১০০১৫৭৩৩২১.০১
২০০৯৬৪৩১০৯২১৮৪৬২১.১০
২০১০৪৯৫১১৭১৫৫৪১২৬.৬২
২০১১১৪৯১২৮০৫৪৩১১৫২১.১৭
২০১২১৩৮৭২৫৪৪৮৮১০৭২১.৯২
২০১৩১৩১১২৮৬৫০২১৩৪২৬.৬৯
২০১৪২১৯৪৩৬০৭৬১১৬৫২১.৬৮
২০১৫ (১৮ চেপ্তেম্বৰৰ লৈকে)১২৪৩২৬০৫৮২১৩৪ 
ক্ষেত্ৰস্থলত পৰীক্ষাগাৰ প্ৰহৰীৰ নিৰীক্ষণ ( এছ এছ এছ এল)

২০১১ : ৭ নম্বৰ কৰ্মসূচী সম্পূৰ্ণ।

২০১২ : ২ টা নতুন প্ৰহৰী নিৰীক্ষণ পৰীক্ষাগাৰ চিনাক্ত কৰা হয় শক্তিশালী কৰাৰ বাবে।

২০১৩ : ১৩ টা প্ৰহৰী নিৰীক্ষণ ক্ষেত্ৰ পৰীক্ষাগাৰে ২০১৩ চনত কাম কৰি আছিল।

২০১৪ : ২৮ টা প্ৰহৰী নিৰীক্ষণ ক্ষেত্ৰ পৰীক্ষাগাৰে কাম কৰি আছে।

২০১৫ : পি আই চি ইউ : (১) নিৰ্মাণ সম্পূৰ্ণ কৰা হয় শিৱসাগৰ, গোলাঘাট আৰু লখিমপুৰত। (২) মানৱ শক্তি নিযুক্ত আৰু কৰ্য্যকৰীতা।

জে ই প্ৰাপ্তবয়স্ক টিকাকৰণ :

২০১৪ চনত জে ই প্ৰাপ্তবয়স্কৰ টিকাকৰণ ৯ খন জিলাত সম্পূৰ্ণ কৰা হয়। ২০১৫ চনত জে ই প্ৰাপ্তবয়স্ক টিকাকৰণ সম্পূৰ্ণ কৰা হয় ৩ খন জিলাত।

ৰসবাহী নলীৰ ফিলাৰিয়াছিচ অপসৰণ

উদ্দেশ্য:

  • ৰসবাহী নলীৰ স্থানান্তৰকৰণ লাহে লাহে কমোৱা আৰু শেষত অন্ত পোলোৱা।
  • অক্ষমতাৰ উপশম বৃদ্ধি কৰ্মসূচীৰে প্ৰভাৱিত ব্যক্তিৰ পীড়ন কমোৱা।
 

লক্ষ্য:

  • এম ডি এ ৰ সময়ত ৰোগ প্ৰভাৱিত জিলাত সক্ষম জনসাধাৰণক এৰি সকলোকে সামৰি লোৱা।
  • সকলোবোৰ জিলাত লিম্ফ প্ৰভাৱিত ৰোগীৰ তালিকা আৰু ৰোগীক পৰিচালনা আৰু সিৰা অস্ত্ৰোপচাৰ কৰা চিনাক্ত জিলাত।
 

বস্তুগত সাফল্য :

এম ডি এ কাৰ্য্য আৰু এম এফ %
ফলাৰিয়েল প্ৰভাৱিত জিলাত এম ডি এ % আৰু এম এফ %

বৰ্ষএম ডি এ কভাৰেজএম এফ%সামৰি লোৱা জিলাৰ সংখ্যা
২০০৯অসম্পূৰ্ণ এম ডি এ০.৭৬৭
২০১০৮৪.৯৯০.৭৬৭
২০১১৮১.২৫০.৪৩৭
২০১২৮৪.০৫০.৩৩৭
২০১৩৮৩.০৫০.২১৪
২০১৪৯০.০৫০.১১২

ক`লা জ্বৰ

উদ্দেশ্য : ২০১৫ চনৰ ভিতৰত দেশৰ পৰা ক`লা জ্বৰ সমাপ্ত কৰাত সাফল্য লাভ।

লক্ষ্য : খণ্ড পৰ্য্যায়ত ২০১৫ চনৰ ভিতৰত ১০,০০০ জন জনসংখ্যাৰ মাজত বছৰেকীয়া ক`লা জ্বৰৰ ঘটনা এজনতকৈও কম কৰা।

বস্তুগত সাফল্য

কিছুমান জিলাত তিনি দশকৰ বিৰতিৰ পাছত ২০০৮ ত ক`লা জ্বৰৰ ঘটনাৰ চিনাক্ত কৰা হয়। ২০০৯ ৰ পৰা ২০১৩ চনলৈ কামৰূপ জিলাৰ এখন পি এইচ চি ত ক`লা জ্বৰ কেছ ধৰা পৰে (সোণাপুৰত)

বৰ্ষএম ডি এ কভাৰেজএম এফ%সামৰি লোৱা জিলাৰ সংখ্যা
২০০৯অসম্পূৰ্ণ এম ডি এ০.৭৬৭
২০১০৮৪.৯৯০.৭৬৭
২০১১৮১.২৫০.৪৩৭
২০১২৮৪.০৫০.৩৩৭
২০১৩৮৩.০৫০.২১৪
২০১৪৯০.০৫০.১১২

এল এল আই এনৰ সৰবৰাহ(লাখত)

বৰ্ষক`লা জ্বৰৰ সংখ্যামৃত্যুৰ সংখ্যা
২০০৮৯৮০
২০০৯২৫০
২০১০১২০
২০১১৭০
২০১২৬০
২০১৩৩০
২০১৪১০
২০১৫১০
বৰ্ষঅসম চৰকাৰভাৰত চৰকাৰ
২০১০-১১১৮.৭৫১০.১০
২০১১-১২৭.৫০০
২০১২-১৩৭.০৫০
২০১৩-১৪৭.৫০০
২০১৪-১৫৭.৫০০
মুঠ৪৮.৭৫১০.১০
২০১৪-১৫
আৰ ও পি অনুমোদনপ্ৰাপ্ত পুঁজিব্যয়
৩৬১৮.৪৫১৬২৬.৮০৬৯৬.০২
 
২০১৫-১৬
আৰ ও পি অনুমোদনপ্ৰাপ্ত পুঁজিব্যয়
২৩৯৯.৪৫৮১৩.৫০৩৭৯.৭৫