মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

এইচ আই ভি পৰীক্ষণ সেৱা সমূহ

  • ক) সংশ্লিষ্ট পৰামৰ্শ আৰু পৰীক্ষা সেৱা : এই সেৱাসমূহৰ অধীনত সংশ্লিষ্ট পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ ( আই চি টি চি) সমূহ প্ৰতিষ্ঠিত হয় য`ত এজন ব্যক্তিক তেওঁ/তাইৰ নিজ ইচছা অনুসৰি বা চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰা বিনামূলীয়াকৈ এইচ এই ভি ৰ কাৰণে পৰামৰ্শ দিয়া বা পৰীক্ষা কৰা হয়। এইচ আই ভি প্ৰতিপালন সেৱাসমূহত ৰোগ নিৰ্ণিত ব্যক্তিসকলক সংযুক্ত কৰাৰ কাৰণে এই কেন্দ্ৰসমূহ প্ৰৱেশযোগ্য পইণ্ট হ`ব পাৰে। বৰ্তমান ৰাজ্যত ২২৭ টা আই চি টি চি য়ে কাম কৰি আছে।

    সংশ্লিষ্ট পৰামৰ্শ প্ৰদান আৰু পৰীক্ষণ কেন্দ্ৰ সমূহৰ ( আই চি টি চি) তালিকা :

    খ) পিতৃ-মাতৃৰ পৰা শিশুলৈ হোৱা সংক্ৰমনৰ প্ৰতিৰোধন ( পি পি টি চি টি) :পিতৃ-মাতৃৰ পৰা তেওঁলোকৰ সন্তানলৈ বিয়পিব পৰা এইচ আই ভি ৰ সংক্ৰমনক প্ৰতিৰোধ কৰিবলৈ অন্য জনস্বাস্থ্য উদ্যোগতা সহ পিতৃ-মাতৃৰ পৰা শিশুলৈ হোৱা সংক্ৰমনৰ প্ৰতিৰোধন হৈছে এক বিশিষ্ট কাৰ্য্যক্ৰম যিয়ে এক ব্যাপক, পৰিয়াল কেন্দ্ৰিক বৰ্ণাঢ্যতা প্ৰদান কৰে।