মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

ৱেবছাইটৰ তথ্য পৰিচালক

এই চাইটৰ বিষয়বস্তু সমগ্ৰ বিভাগটোৰ সহযোগী প্ৰয়াসৰ পৰিণাম, বিশষকৈ বিভাগটোৰ মনোনীত বিষয়বস্তু প্ৰৱন্ধকৰ। বিষয়বস্তু দায়িত্ব মৌলকক্ষ যাক বিভাগৰ দ্বাৰা অধিসূচীত কৰা হৈছে সেই অনুযায়ী বিষয়বস্তু প্ৰৱন্ধকৰ দ্বাৰা বিষয়বস্তু অৱদান কৰা হয়। আমৰ লক্ষ্য হ`ল সাধাৰণ প্ৰশাসনিক বিভাগৰ তথ্য আৰু সেৱাৰ বিষয়ে, বিশ্বাসযোগ্য, ব্যাপক আৰু সঠিক তথ্য প্ৰদান কৰা। আমাৰ লক্ষ্য হ`ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰতথ্য আৰু সেৱা সমূহৰ বিষয়ে বিশ্বাসযোগ্য, ব্যাপক, সঠিক তথ্য প্ৰদান কৰা।

নিয়মিত ভাৱে বিষয়বস্তু পৰিসীমা, ৰূপাংকন আৰু প্ৰযুক্তিৰ সন্দৰ্ভত এই চাইটৰ প্ৰসাৰ আৰু সমৃদ্ধিক বৰ্তাই ৰখাটো আমাৰ প্ৰয়াস। যদি এই ৱেৱচাইটটোত কিবা অসম্পূৰ্ণতা আছে অনুগ্ৰহ কৰি মোক অৱগত কৰক। মোৰ সম্পূৰ্ণ বিৱৰণ তলত উল্লেখ কৰা হৈছে:

শ্ৰী মানৱেন্দ্ৰ পি. সিং
যুটীয়া সচিব – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ
ব্লক-এ, ৪ম মহলা, অসম সচিবালয়,
দিশপুৰ, গুৱাহাটী-৬,
অসম
যোগাযোগ নং.: ০৯৪৩৫০২০৩১২