মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

সঞ্জীৱনী

  • এই আঁচনিৰ লক্ষ্য :

    এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হৈছে সমগ্ৰ ৰাজ্যতে ৮০ টা ভ্ৰাম্যমান স্বাস্থ্য গোট (এন এইচ ইউ)ক লগতলৈ। প্ৰতিটো এম এইচ ইউকে নাম দিয়া হ`ব এজন পঞ্জীয়ণ আৰু পৰিচালন বিষয়াৰ দ্বাৰা, এ এন এম, পৰীক্ষাগাৰ কাৰিকৰ, ফৰ্মাছিষ্ট, পেৰামেডিক আৰু চালকৰ নামেৰে প্ৰতিটো এম এইচ ইউত থাকিব ভি এইচ ও পি ব্যৱহাৰ কৰা ছফটৱেৰ ভৰোৱা লেপটপ, বা`য়মেট্ৰিক স্কেনাৰ, বুনিয়াদি পৰীক্ষাৰ আহিলা ( এইচ বি মিটাৰ, গ্লুকো মিটাৰ, মেনোমিটাৰ, ডিজিটেল বি পি), ঠাইতে তেজ পৰীক্ষা কৰা যন্ত্ৰ, প্ৰস্ৰাৱ এলবুমিন, এইচ বি ইত্যাদি আৰু দৰব। সঞ্জীৱনী দলৰ লগত পেৰামেডিকে মানুহৰ জীৱন ধাৰণৰ মান আৰু গোপন ৰোগ যেনে উচ্চ ৰক্তচাপ, মধুমেহ, মৃগীৰোগ, হাঁপানী ৰোগ ইত্যাদিৰ ওপৰত দৃষ্টি ৰাখিব।

    প্ৰতিটো ভ্ৰাম্যমান স্বাস্থ্য গোটৰ লগত থাকিব পূৰ্বনিৰ্ধাৰিত দিনপঞ্জী আৰু পথ পৰিকল্পনা, প্ৰতিটো দিনত ২খন গাঁৱৰ প্ৰায় ৩০০০ জনসংখ্যা সামৰি চিকিৎসা সেৱা প্ৰদান কৰিব পৰাকৈ, মাহ চক্ৰৰ ২৪ দিনত গড় হিচাপত ৪৮ খন গাঁও। প্ৰাৰম্ভিক অৱস্থাত কাৰ্য্যসূচীয়ে ৩৮০০ সেৱা প্ৰদান কেন্দ্ৰ সামৰি ল`ব আৰু ৰাজ্যৰ প্ৰায় ৫৬ লাখ জনসংখ্যাক।

    লক্ষ্য আৰু উদ্দেশ্য :

    সঞ্জীৱনীৰ ভি এইচ ও পি কাৰ্য্যসূচীৰ লক্ষ্য

    1. স্বাস্থ্যসেৱা ক্ষেত্ৰই সামৰি ল`ব সেইবোৰ যিবোৰ দীৰ্ঘস্থায়ী ৰোগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্য্যসূচীয়ে সামৰি ল`ব পৰা নাই ( উচ্চ ৰক্তচাপ, মধুমেহ, মৃগীৰোগ ইত্যাদি)।
    2. ব্যক্তিগত গাঁৱৰ বিশেষ স্বাস্থ্য স্থিতিৰ ছবি আৰু দীৰ্ঘম্যাদি ভিত্তিত হস্তক্ষেপৰ প্ৰভাৱ লক্ষ্য কৰা। স্বাস্থ্য অৱস্থাত কঠিন তথ্য সংগ্ৰহ কৰা যিটোৱে সহায় কৰিব গঠনমূলক বিশেষ কাৰ্য্যসূচীক ভৱিষ্যতে প্ৰয়োজন ভিত্তিক ক্ষেত্ৰত বিশেষ হস্তক্ষেপ কৰাত।
    3. নিয়মিত পৰামৰ্শ প্ৰদান আৰু সামাজিক সমৱেতকৰণৰ বাবে গাওঁ ভিত্তিত প্ৰতিষ্ঠানিক আৰু কাৰ্য্যক্ৰমৰ জৰিয়তে জড়িত কৰা।
    4. উদগনিৰ জৰিয়তে আচৰণৰ পৰিৱৰ্তন, যোগাযোগ প্ৰতিটো সংযোগত যেনে পান-তামোল চোবোৱা, ধপাত খোৱা, গুটখা, এলক`হল ইত্যাদি ত্যাগ কৰা।
    5. বাৰে বাৰে হৈ থকা আৰু সাধাৰণ অসুখ হৈ থকা সেৱা ক্ষেত্ৰৰ চিকিৎসাৰ যোগান ধৰা যাতে দৈনন্দিন কাম, জীৱন ধাৰণৰ উপায়ত কমকৈ আমনি কৰে।
    6. সম্পৰ্ক ৰক্ষা আৰু পাৰষ্পৰিক সম্বন্ধ অধিক শক্তিশালী কৰা সকলো চৰকাৰী স্বাস্থ্য যত্ন, এন জি ও বোৰৰ মাজত, জিলা আৰু মহকুমা পৰ্য্যায়ত।
    7. কাৰ্য্যক্ৰমৰ জোখ-মাপ : পুৰণি বেমাৰৰ প্ৰথম বিবৰণিৰ ১০০% ই প্ৰেৰিত নেটৱৰ্ক আৰু স্থায়ী চিকিৎসা নিৰীক্ষণৰ অধীন কৰা মৃত্যুৰ হাৰ হ্ৰাস আৰু ৰোগাগ্ৰস্ততা প্ৰতিৰোধ কৰিবলৈ।
     

    আঁচনিৰ লাভালাভ:

    এই অদ্বিতীয় উদ্যোগ ৰাজ্য চৰকাৰৰ দ্বাৰা লোৱা হৈছে স্বাস্থ্য সেৱা অসমৰ গাওঁ অঞ্চলৰ লোকে ঢুকি পোৱাৰ বাবে সংক্ৰমিত, অসংক্ৰমিত আৰু জীৱন ধাৰণৰ বেমাৰ বোৰৰ পৰীক্ষাৰ ব্যৱস্থা কৰি আৰু পৰীক্ষাগাৰ পৰিদৰ্শন কৰা হয় ৰাজ্যৰ দূৰ-দূৰণিৰ চুকে-কোণে সকলোতে।

    উন্নতি :

    প্ৰতিষ্ঠাপনাৰ পিছৰেপৰা সঞ্জিৱনীৰ প্ৰদৰ্শন
    ভি এইচ ও পি সেৱাৰ বিৱৰণ২০১০-১১২০১১-১২২০১২-১৩২০১৩-১৪২০১৪-১৫২০১৫-১৬২০১৬-১৭২০১৭-১৮ (এপ্ৰিল ২০১৭লৈকে)মুঠ
    অন্তৰ্ভূক্ত মুঠ জনসংখ্যা(ভি এইচ ও পি ভেন)৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬৬২০৪১২৬
    মুঠ ভিজিট ১৫৮৩৩৬৪৭৬৯০৬৫৭৩৩০১১৪৬৯০১৯০৫২৯৩৮৭৬০২০১০৭৪২০৩৮৮৬৪৬৫৪১১৯১৬
    মুঠ পঞ্জীয়ন ১৪১৪০৪১৬৬৬৩৩৭১৯৫৪৬৭১৯৬৩৫৩১৬৬১৪৯৩৩১৫৬০৪৮৯৬৪৬৭৬৪৩১৫১৩৫৬
    মুঠ ৰিভিজিট ১৬৯৩২৩১০২৭২৮৫৩৭৬৪৭৪৯৩৮৩৭৩৬৩২৩৮২৭০৫৪৬৯৩০৭৪১৮৮২২২৬০৫৬০
    দীৰ্ঘস্থায়ী ৰোগৰ মুঠ পৰীক্ষণ ২৮৫৫৯০৩৬৩১১৬২৬১৩৩৫৭০৯২০৫৩৮৯১৬৪৪৬৭১৯১৫৮১২১৬৩৯১১২৮২৬৪
    উচ্চ ৰক্তচাপৰ পৰীক্ষণ ০২৪৪৭৪৪৩৯৫৫৭৩৬৩০৬৬৫৮৯৬৩৫৩৬৬১৯৩৯৪৪৫৪৩৩৮৫৭৭
    মধুমেহৰ পৰীক্ষণ ০৬১৩৪৭৬০৭৫২৮৭৫৬৪১৬৮৪৩৩১১১৬১৮১২১৮৯৬১৭৯৩১৭৮৯৬৫১
    বিসংগতিপূৰ্ণ দৃষ্টি পৰীক্ষণ ০২৫৮৩৬০৯৩১১৫৬৫২২০৫৮২০০৮৬১১৩১৯৭৮৫৭৪৪৮৯
    মৃগীৰোগৰ পৰীক্ষণ ০৩১৬৪০৯৩৩২১৫৭২১২১৬২৭১৫৯৫
    হাঁপানীৰোগৰ পৰীক্ষণ ০৩১২৬৬০০১৮৩৮৮১৩৮৭৭১৩২১৩১১৪৯১৭১৬৫৬৮১২
    যক্ষ্মাৰোগৰ পৰীক্ষণ ০২৩২৪৩০৩৮৪২৬৮২২৪২৩৫১৫১৭৮৮
    মেলেৰিয়াৰোগৰ পৰীক্ষণ ০৫৯৮৮৩০১২২০৪৯৬৪২৯৬৯১১৮৪২৮২
    নিশ্চিতি কৰা দীৰ্ঘস্থায়ী ৰোগৰ মুঠ ১০৩৭৩৫০৮৪৩২৭৪৯৫৫৭০২৫২৮৫৯২৯০১৫৩৮৭৬০৩৩৫২২৪৮৫৫৮
    উচ্চ ৰক্তচাপ ৫০৮২০৬৭২১৮৪৫৫১৪৭৩৭১৫০৬৪১১৭৭৭১৫৮২১১১২৫৯৮১৫৯
    মধুমেহ ১৩৩৫৫২৩৯৬১৭৩৮৫৩৩৩৪৯৫৮১৪৯২০১৯৫৮৭২০৫৯১২৫৩৩০
    বিসংগতিপূৰ্ণ দৃষ্টি ৩৮৩৯৮৮৬৯৩৯২৬৯৫৭৪৯৭৬৪৩৬৩৯৪১
    মৃগীৰোগৰ ৪৪৫৪২১১৫৯৫৬৩৫৪৫৬৪৯৭৩
    হাঁপানীৰোগ ২৭২৫২১৮৩৪০৩৩৪৮৭১৮৫৯১৩৮৪২৩০৭১১৮১৮০৪৮
    যক্ষ্মাৰোগ ৩৭৬১৪১৫৯১৮৩১৪৫৮৩১৪১৮১৩৭০
    মেলেৰিয়া ৫২৫৪১৩১১৩৮৭৫৪৮৮৪২৭৩৭
    মুঠ এ এন চি ১০৩৮৪৮৭৬৯২৯৫৬৯২৪০০৩১১৭৬৯৭৯০১১৩৮৯৪৭১৩১৩৭৬৫৬
    মুঠ পি এন চি ৫৮১৫০১৬২১৭০৭৭২০৭৮৮৯৯৩৫৮৫৪৪৬
    অন্যনা (ক্ষুদ্ৰ ৰোগ, শিশুৰোগ চিকিৎসা ইত্যাদি)১০৮৪৫৪৭১৯৭৩৪৭৮১৩০৭৩০৭৮০৬৩৪৫৫৬৬৭৩৮৪৯৮২৮৯৭৫৬২৮৮৪৩৮৯১৯৯২