মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

সঞ্জীৱনী-গ্ৰাম্য স্বাস্থ্যৰ বিস্তৃত কাৰ্য্যক্ৰম

  • সংক্ষিপ্ত বিৱৰণ:
    1. সঞ্জীৱনী – গ্ৰাম্য স্বাস্থ্য বিস্তৃত কাৰ্য্যক্ৰম এমাহত এবাৰ, নিৰ্ধাৰিত তাৰিখত প্ৰচাৰৰ উদ্যোগ যি গাওঁ পৰ্য্যায়ত স্বাস্থ্যসেৱাৰ কেন্দ্ৰবিন্দুত পৰিণত হ`ব।
    2. এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হৈছে সমগ্ৰ ৰাজ্যতে ৮০ টা ভ্ৰাম্যমান স্বাস্থ্য গোট (এম এইচ ইউ)ক লগতলৈ।
    3. প্ৰতিটো এম এইচ ইউকে নাম দিয়া হ`ব এজন পঞ্জীয়ণ আৰু পৰিচালন বিষয়াৰ দ্বাৰা, এ এন এম, পৰীক্ষাগাৰ কাৰিকৰ, ফৰ্মাছিষ্ট, পেৰামেডিক আৰু চালকৰ নামেৰে।
    4. এই সেৱাৰ উদ্দেশ্য প্ৰাৰম্ভিক চিনাক্তকৰণ, স্ক্ৰীনিং, ৰেফাৰেল, ফলো-আপ, বিনামূলীয়া ঔষধৰ লক্ষ্যৰে দীৰ্ঘস্থায়ী ৰোগৰ ব্যৱস্থাপনা।
    5. বি এইচ ও পি স্ক্ৰীনিং সম্পন্নৰ ওপৰত ভিত্তি কৰি, হিতাধিকাৰীক প্ৰেচক্ৰিপশন আৰু চিকিৎসাৰ নিশ্চিতকৰণৰ কাৰণে ওচৰৰ পি এইচ চি লৈ প্ৰেৰণ কৰা হয়।
    6. প্ৰতিটো ভ্ৰাম্যমান স্বাস্থ্য গোটৰ লগত থাকিব পূৰ্বনিৰ্ধাৰিত দিনপঞ্জী আৰু পথ পৰিকল্পনা, প্ৰতিটো দিনত ২খন গাঁৱৰ প্ৰায় ৩০০০ জনসংখ্যা সামৰি চিকিৎসা সেৱা প্ৰদান কৰিব পৰাকৈ, মাহ চক্ৰৰ ২৪ দিনত গড় হিচাপত ৪৮ খন গাঁও।
    7. সকলো ৮০খন এম এইচ ইউয়ে একেলগে ৪০০০ গাওঁ সামৰি লব প্ৰত্যেক মাহতে ৰাজ্যখনৰ মুঠ ৬০ লাখ জনসংখ্যাক সামৰি। এইভাৱে হিতাধিকাৰীৰ ৰোগৰ ব্যৱস্থাপনা আৰম্ভ হয় আৰু ইয়াক ভি এইচ ও পিৰ দ্বাৰা মাহেকিয়া ভিত্তিত পৰিচালিত কৰা হয়।

    এই কাৰ্য্যক্ৰম বৰ্তমান চলি থকা গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য গাঠনিৰ ক্ষেত্ৰত পৰিপূৰক আৰু সম্পূৰক।

    ডাউনলোডচ:

    জিলা ভিত্তিত সংক্ষিপ্ত প্ৰতিৱেদন