মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

আয়ুস স্বাস্থ্য সেৱা

  • আয়ুস সেৱা সমূহ:

    বৰ্তমান ৩৯২ জন নিয়মিত এম ও(আয়ুৰ)/ চিনিয়ৰ এম ও(আয়ুৰ) আৰু ৫১১ এম ও(আয়ুৰ) এন এইচ এমৰ অধীনত, আৰু চুক্তিমূলক ভিত্তিত এছ ডি/এম পি এইচ চি/পি এইচ চি/চি এইচ চি/ এফ আৰ ইউ আৰু জিলা চিকিৎসালয় সমূহত সমগ্ৰ জিলা জুৰি কৰ্মৰত হৈ আছে। ৭৫ জন নিয়মিত এম ও(হোমিও) আৰু ২৫০ এম ও(হোমিও) এন এইচ এমৰ অধীনত, এছ ডি/এম পি এইচ চি/পি এইচ চি/চি এইচ চি/ এফ আৰ ইউত কৰ্মৰত হৈ আছে জিলা চিকিৎসালয় সমূহত ৰাজ্য জুৰি। তেওঁলোকে নিজ নিজ স্বাস্থ্য প্ৰতিষ্ঠান সমূহত অবিৰাম সেৱা প্ৰদান কৰি আহিছে।