মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

শুশ্ৰূষা – বৃক্ক সংৰোপণৰ কাৰণে আৰ্থিক সাহাৰ্য্য

  • ``শুশ্ৰূষা`` আঁচনিৰ অধীনত এক লাখ টকাৰ ধনৰাশি অৰ্থ সাহাৰ্য্য হিচাপে আগবঢ়োৱা হয় সেই বিলাক লোকক যিবোৰে ১ম এপ্ৰিল, ২০১০ চনৰ পাছত বৃক্ক সংৰোপণ চিকিৎসাৰ অধীন হৈ আছে বা হৈছে। আঁচনিখন ২৩ আগষ্ট ২০১০ চনত শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ কাৰণে আছে অসম মেডেকেল কলেজৰ সঞ্চালক, ন`ডাল বিষয়া ড. অনুপ কুমাৰ বৰ্মন।

    অসমত বাস কৰা যিকোনো লোক আৰু বছেৰেকীয়া আয় ৩.০০ লাখৰ বেছি নহয় তেনেকুৱা পৰিয়াল বা ব্যক্তিয়ে এই আঁচনিৰ বাবে যোগ্য বিবেচিত হয়।

    বস্তুগত আৰু আৰ্থিক স্থিতি:

    বৰ্ষবাজেটৰ পৰিমাণ
    (লাখ টকাত)
    প্ৰাপ্ত পুঁজি
    (লাখ টকাত)
    ব্যৱহৃত পুঁজি
    (লাখ টকাত)
    লাভাৰ্থীৰ সংখ্যা
    ২০০৯-১০১০০.০০১০০.০০--
    ২০১০-১১--৪৪.০০৪৪
    ২০১১-১২১০০.০০১০০.০০৭৩.০০৭৩
    ২০১২-১৩১০০.০০১০০.০০৬১.০০৬১
    ২০১৩-১৪১০০.০০১০০.০০৪৭.০০৪৭
    ২০১৪-১৫১০০.০০-৪৬.০০৪৬
    ২০১৫-১৬১০০.০০-৫৬.০০৬৫
    ২০১৬-১৭১০০.০০-৫৯.০০৫৯
    মুঠ৭০০.০০৪০০.০০৩৮৬.০০৩৮৬