মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

ৰাষ্ট্ৰীয় কুষ্ঠ নিৰ্মূল কাৰ্য্যসূচী

 

ৰাষ্ট্ৰীয় কুষ্ঠ নিৰ্মূল কাৰ্য্যসূচী ( এন এল ই পি ) এটা কেন্দ্ৰীয় সাহাৰ্য্যত কাম কৰা স্বাস্থ্য আঁচনি আৰু ইয়াক কাৰ্য্যকৰী কৰা হয় মুখ্য লক্ষ্যৰে বেমাৰৰ বোজা কম কৰা, অক্ষমতা প্ৰতিৰোধ কৰা, কুষ্ঠ সম্বন্ধে আৰু ইয়াৰ উপশমতাৰ বিষয়ে জন সজাগতা বৃদ্ধি কৰা। বহুমুখী ঔষধৰ দ্বাৰা ৰোগ-চিকিৎসা (এম ডি টি) এটা গুৰুত্বপূৰ্ণ আহিলা কুষ্ঠৰোগত ভূগি থকা সকলৰ কষ্ট আৰু যাতনাৰ পৰিমাণ কম কৰিবলৈ। উন্নত সেৱা সংহত প্ৰচেষ্টাৰে লোৱা সাধাৰণ স্বাস্থ্য যতন সেৱাবোৰ তলত উল্লেখ কৰা হ`ল যিবোৰ কুষ্ঠ সেৱাৰ যোগান ধৰা হয় চৰকাৰী হস্পিতেল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু আন স্বাস্থ্য যতন প্ৰতিষ্ঠানে এম ডি টি ৰ সহায়ত বিনামূলীয়া সেৱা আগবঢ়াই আহিছে। চিকিৎসাৰ বাবে পৰীক্ষাবোৰো কৰা হয় বিনামূলীয়াকৈ আৰু এম ডি টি ৰ সৈতে।

যদিও অসমে নিৰ্মূল কৰাৰ পৰ্য্যায় পাইছে, এক বৃহৎ পৰিমাণৰ কুষ্ঠ বেমাৰী প্ৰতিবছৰে চিনাক্ত কৰাও হৈ আছে।

এন এল ই পি ৰ লক্ষ্য :

  • ৰাজ্য আৰু জিলাৰ মাজত এন এল ই পি ৰ বিকেন্দ্ৰীকৰণ।
  • কুষ্ঠ সেৱাক সাধাৰণ স্বাস্থ্য যতন সেৱাৰ লগত সংহত কৰা।
  • আগতীয়া পৰীক্ষা আৰু খৰটকীয়া এম ডি টি চিকিৎসা দৈনিক তালিকা আৰু  বিশেষ প্ৰচেষ্টাৰ জৰিয়তে।
  • তথ্য, শিক্ষা আৰু যোগাযোগ ( আই ই চি) যাক আৰু কোৱা হয় `আচৰণৰ পৰিৱৰ্তন আৰু যোগাযোগ (বি চি চি)` স্থানীয় আৰু জনসংযোগ ব্যৱহাৰ কৰিব লাগে সামাজিক কলংক আৰু বৈষম্য দূৰ কৰিবলৈ।
  • অক্ষমতাক প্ৰতিৰোধ কৰিবলৈ নতুনকৈ জোৰ দিয়া আৰু মেডিকেল পুনৰ সংস্থাপিত ( ডি পি এম আৰ) কৰা।
  • নিৰীক্ষণ আৰু সময়ে সময়ে মূল্যায়ন কৰা।
  • খণ্ডিত সহযোগীতাৰে কাম কৰা।
 

দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়বস্তু:

  • কুষ্ঠ ৰোগ দূৰ কৰা-উদাহৰণ স্বৰূপে ১০,০০০ জনসংখ্যাৰ মাজত এটাতকৈ কম কুষ্ঠৰোগী হ`ব দেশৰ সকলোবোৰ জিলাতে।
  • অক্ষমতা প্ৰতিৰোধ শক্তিশালী কৰা আৰু কুষ্ঠ ৰোগাক্ৰান্ত লোকক চিকিৎসালয়ত সংস্থাপিত কৰোৱা।
  • কুষ্ঠ ৰোগৰ লগতে সামাজিক কলংকৰ মান হ্ৰাস কৰা।
 

কাৰ্য্যসূচীৰ ৰণ কৌশল :

  • সাধাৰণ স্বাস্থ্য যতন সেৱাৰ জৰিয়তে সংহত কুষ্ঠৰোগ সেৱা।
  • দৈনিক তালিকা আৰু বিশেষ প্ৰচেষ্টাৰ জৰিয়তে নতুন কুষ্ঠ ৰোগীক আগতীয়া পৰীক্ষণ আৰু খৰটকীয়া এম ডি টি চিকিৎসা প্ৰদান।
  • আগতীয়া চিনাক্তকৰণৰ কাৰণে ঘৰুৱা যোগাযোগ আৰু জৰীপ চলোৱা হয়।
  • স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কাৰ্য্য ( এ এছ এইচ এ এছ)ক চিনাক্তকৰণ আৰু সময়ত কুষ্ঠ ৰোগীৰ চিকিৎসাৰ সংকলনত  জড়িত কৰা।
  • অক্ষমতা প্ৰতিৰোধ শক্তিশালী কৰা আৰু মেডিকেল পুনৰ সংস্থাপন ( ডি পি এম আৰ)সেৱা প্ৰদান।
  • তথ্য, শিক্ষা আৰু যোগাযোগ (আই ই চি) যাক আৰু কোৱা হয় আচৰণৰ পৰিৱৰ্তন আৰু যোগাযোগ(বি চি চি) স্থানীয় আৰু জনসংযোগ মাধ্যমক ব্যৱহাৰ কৰিব লাগে কলংক, সামাজিক বৈষম্য দূৰ কৰিবলৈ যাতে কুষ্ঠ ৰোগীয়ে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ নিজে খবৰ দিব পৰাত উৎসাহ যোগোৱা।
 

প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ( পি এইচ চি এছ), সমূহিক স্বাস্থ্য কেন্দ্ৰ ( চি এইচ চি এছ)ত নিৰৱচ্ছিন্ন নিৰীক্ষণ আৰু পৰিদৰ্শন।

এন এল ই পি, অসমৰ শেহটীয়া কাম-কাজ:

ক্ৰ: নংএন এল ই পি কৰ্মসূচী নিৰ্দেশক ২০১২-১৩২০১৩-১৪২০১৪-১৫২০১৫-১৬ (আগষ্ট ১৫)
১চিনাক্ত কৰা নতুন কুষ্ঠ ৰোগীৰ সংখ্যা (এ এন চি ডি আৰ/১ লাখ জনসংখ্যা)১১৪৭ নং.
(৩.৫৭)
১০৪৮ নং.
(৩.২১)
৮৫৬ নং.
(২.৫৮)
৩৪৫ নং.
২নতুন পি বি কুষ্ঠ ৰোগী২৪৬ নং.২১৬ নং১৯৭ নং৭৩ নং
৩নতুন এম বি কুষ্ঠ ৰোগী৭৯৫ নং৭৩৫ নং৬৫৯ নং২৭২নং
৪নতুন শিশু কুষ্ঠ ৰোগী১০৬ নং৯৭ নং৬০ নং৩০ নং
৫বছৰৰ শেষৰ প্ৰতিৱেদন অনুযায়ী কুষ্ঠ ৰোগ (পি আৰ /১০,০০০ জনসংখ্যা)১১৩১ নং
(০.৩৫)
৯৬৫ নং
(০.৩০)
৮৫৮ নং
(০.২৬)
পি. আৰ = ০.২৪
(১৫ জুন লৈ)
৬নতুন কুষ্ঠ ৰোগৰ মাজত গ্ৰেড-১ অক্ষ্যমতা১১৪ নং৯৩ নং৮৭ নং৪৪ নং
৭নতুন কুষ্ঠ ৰোগৰ মাজত গ্ৰেড-২ অক্ষ্যমতা৭৬ নং৮০ নং১১৫ নং৩৭ নং
৮চিকিৎসা সম্পূৰ্ণৰ হাৰ৮৭.৭২৮২.১৬৮১.১৮গণনা পৰৰ্ৱতী বিত্তীয় বৰ্ষৰ মে, জুন, মাহৰ গণনা
৯পুনৰ গঠন মূলক চাৰ্জাৰি পৰিচালনা.২০ নং১৬ নং৫২ নং
(চৰকাৰ.=১১+এন জি ও=৪১).
১৩ নং
(চৰকাৰ.=১৩+এন জি ও=০).
১০প্ৰতিক্ৰিয়া ক্ষেত্ৰ৬৮ নং (পি বি=1 আৰু এম বি= ৬৭)১১৪ নং (পি বি=৪ আৰু এম বি= ১১০)৮৪ নং(পি বি=২ আৰু এম বি= ৮২)২৩ নং (পি বি=০ আৰু এম বি= ২৩)
১১পি বি আৰু এম বি দুয়োটা কুষ্ঠ ৰোগীৰ মাজত বিতাৰিত মুঠ এম চি আৰ যোতা।৩৬০ যোৰ৫০৯ যোৰ২৩১ যোৰ২২ যোৰ
১২পি বি আৰু এম বি দুয়োটা কুষ্ঠ ৰোগীৰ মাজত বিতাৰিত মুঠ আত্ম-পৰিচৰ্য্যা কিট।২৯ যোৰ১৯ যোৰ৯৯ যোৰ৩০ যোৰ

অনুমোদিত ৰাশি ২০১৩-১৪ ৰ বাবে আৰ আই পি ৰ মতে
বাজেত অনুমোদন= ২১৯.১৫ লাখ

ক্ৰ. নংকাৰ্য্যকলাপঅনুমোদিত  পৰিমাণ
(লক্ষ্য  টকা)
২০১৩-১৪ ৰ ব্যয়
(লক্ষ্য  টকা)
১চুক্তিমূলক সেৱা৪২.১২২৩.৩২
২এ এছ এইচ এ যোগেদি প্ৰদান কৰা সেৱা৫.৯৫২.৬৮
৩কাৰ্য্যালয়ৰ খৰচ আৰু ব্যৱহৃত সামগ্ৰী১৯.৩০৬.৯৫
৪ক্ষমতা নিৰ্মাণ১৭.৮২১৩.৯৭
৫আই.ই.চি.২৬.৪৬৮.৮৯
৬গতিশীলতা সহায়ক৪৪.৫০১৯.৪০
৭অক্ষ্যমতা প্ৰতিৰোধন আৰু চিকিৎসা পুনৰ্বাসন (ডি পি এম আৰ)৯.১০৩.৪৯
৮উচ্চ ৰোগাক্ৰান্ত জিলা সমূহৰ কাৰণে বিশেষ কাৰ্য্যসূচী৭.৫০১.৭২
৯সামগ্ৰী আৰু সৰবৰাহ১৮.৩৬৩.৪১
১০নগৰ অঞ্চলত সেৱা১৩.৮৪১.৫৩
১১যাতায়ত মূল্য (ৰাজ্যিক আৰু জিলা পৰ্য্যয়ত নিয়মিত আৰু চুক্তিভিত্তিক)৭.০০৩.৮৩
১২পৰ্য্যলোচনা সভা১.২০০.৩৮
১৩এন জি ও৬.০০নাই
 মুঠ (১ পৰা ১৩)২১৯.১৫৮৯.৫৭

অৰ্থনৈতিক সাৰাংশ এন এল ই পি, অসম (২০১৩-১৪)

ক্ৰ. নংসবিশেষপৰিমাণ
১অৰম্ভণিৰ জমা ৰাশি ০১-০৪-২০১৩৭৬,৩১,৯০০.০০ টকা
২ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজি, ২০১৩-১৪ বিত্তীয় বৰ্ষৰ কাৰণে(১৪-০৮-২-২০১৩ ত)৫৭,০৯,০০০.০০ টকা
৩ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজি, ২০১৩-১৪ বিত্তীয় বৰ্ষৰ কাৰণে(২৮-০২-২০১৪ ত)১৯,৯৫,০০০.০০ টকা
৪এন এইচ এম,অসমৰ পৰা প্ৰাপ্ত ঋণ৭,০০,০০০.০০ টকা
 মুঠ১৫১,৩৫,৯০০.০০ টকা
৫খৰচ ২০১৩-১৪৮৯,৫৭,০০০.০০ টকা
৬বাকী থকা ৰাশি ৩১-০৩-২০১৪ লৈ৬১,৭৮,৯০০.০০ টকা
(ৰাজ্য + জিলা)

অৰ্থনৈতিক সাৰাংশ এন এল ই পি, অসম (২০১৪-১৫)

ক্ৰ. নংসবিশেষপৰিমাণ
১অৰম্ভণিৰ জমা ৰাশি ০১-০৪-২০১৪৪৭,৮৭,৩৪৫ টকা
২ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজি, ২০১৪-১৫ বিত্তীয় বৰ্ষৰ কাৰণেভাৰত চৰকাৰৰ পৰা অনুমোদিত ৰাশি ৬৪.৫০ লাখৰ বিপৰীতে এন এইচ এম,অসমৰ পৰা প্ৰাপ্ত ঋণ  হিছাবে ৪৮,০০,০০০ টকা
 মুঠ৯৫,৮৭,৩৪৫/-
৩খৰচ ২০১৪-১৫৭৯,৬৭,১০৬/-
৪বাকী থকা ৰাশি ৩১-০৩-২০১৫ লৈ১৬,২০,২৩৯/-
(ৰাজ্য সদৰ + জিলা)

উপলদ্ধ ৰাশিৰ সবিশেষ ৩১-০৩-২০১৫ লৈকে

ক্ৰ. নংসবিশেষপৰিমাণ
১ৰাজ্যিক সদৰ কাৰ্য্যালয়.৫,২৬,৬৪৯/-
২জিলা১০,৯৩,৫৯০/-
 মুঠ১৬,২০,২৩৯/-

অনুমোদিত ৰাশি ২০১৪-১৫ ৰ বাবে পি. আই. পি. ৰ মতে
বাজেট অনুমোদন= ২৭৩.৮৬ লাখ

ক্ৰ. নংকাৰ্য্যকলাপঅনুমোদিত  পৰিমাণ
(লক্ষ্য  টকা)
২০১৩-১৪ ৰ ব্যয়
(লক্ষ্য  টকা)
১চুক্তিমূলক সেৱা৫৮.৫৬৪২.৪২
২এ এছ এইচ এৰ যোগেদি প্ৰদান কৰা সেৱা৮.৫০২.০৬
৩কাৰ্য্যালয় সঞ্চালন আৰু ৰক্ষণাবেক্ষণ১০.৭০৪.৮৭
৪ব্যৱহৃত সামগ্ৰী৮.৬০০.৪২
৫ক্ষমতা নিৰ্মাণ৩৬.৬৬১.০৮
৬আই.ই.চি.২৭.০০১.৭৪
৭গতিশীলতা সহায়ক৪৪.৫০১৪.৮২
৮অক্ষ্যমতা প্ৰতিৰোধন আৰু চিকিৎসা পুনৰ্বাসন (ডি পি এম আৰ)১৭.৯৯৬.৮২
৯উচ্চ ৰোগাক্ৰান্ত জিলা সমূহৰ কাৰণে বিশেষ কাৰ্য্যসূচী১০.৪০১.২৯
১০সামগ্ৰী আৰু সৰবৰাহ১৮.৩৬১.৩৫
১১নগৰ অঞ্চলত সেৱা১৩.৮৪০.১৩
১২যাতায়ত মূল্য (ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত নিয়মিত আৰু চুক্তিভিত্তিক)২.০০০.৭২
১৩পৰ্য্যলোচনা সভা২.০০০.৩৯
১৪এন জি ও৯.৭৫নাই
১৫অন্যান্য( বিশেষ অনুষ্ঠান / প্ৰশিক্ষণ প্ৰয়োজনীয়তা, বঁটা প্ৰদান, ইত্যাদিৰ বাবে নিয়মীয়া কৰ্মচাৰীৰ কাৰণে যাতায়ত মূল্য)৫.০০১.৫৪
 মুঠ (১ ৰ পৰা ১৫)২৭৩.৮৬ ৭৯.৬৫

বাজেট আৰু ব্যয় ২০১৫-১৬ ত
বাজেট অনুমোদিত আৰ. আই. পি. ত ২০১৫-১৬=০.৯০ চি আৰ.

ক্ৰ. নংকাৰ্য্যকলাপকৰ্ম আঁচনিৰ প্ৰস্তাৱিত পৰিমাণ ২০১৫-১৬ ত (টকা লাখত)ব্যয় ২০১৫-১৬ ৰ 2015-16 (জুন, ২০১৫) (টকা লাখত)
১চুক্তিমূলক সেৱা৬৪.৪২৭.১৬
২এ এছ এইচ এৰ যোগেদি প্ৰদান কৰা সেৱা৮.৫০০.০৪
৩কাৰ্য্যালয় সঞ্চালন ৰক্ষণাবেক্ষণ১০.৭০০.৬৭
৪ব্যৱহৃত সামগ্ৰী৮.৬০০.০১
৫ক্ষমতা নিৰ্মাণ৪১.৪৬ 
৬আই.ই.চি.২৭.০০ 
৭গতিশীলতা সহায়ক৪৪.৫০১.৭৬
৮অক্ষ্যমতা প্ৰতিৰোধন আৰু চিকিৎসা পুনৰ্বাসন (ডি পি এম আৰ)৩০.৯৫০.৮৮
৯উচ্চ ৰোগাক্ৰান্ত জিলা সমূহৰ কাৰণে বিশেষ কাৰ্য্যসূচী১০.৪০ 
১০সামগ্ৰী আৰু সৰবৰাহ২৩.৮৪০.১৯
১১নগৰ অঞ্চলত সেৱা১৪.৭২ 
১২যাতায়ত মূল্য (ৰাজ্যিক আৰু জিলা পৰ্য্যয়ত নিয়মিত আৰু চুক্তিভিত্তিক)৩.০০ 
১৩পৰ্য্যালোচনা সভা২.০০ 
১৪এন জি ও১১.২৫ 
১৫অন্যান্য( বিশেষ অনুষ্ঠান / প্ৰশিক্ষণ প্ৰয়োজনীয়তা, বঁটা প্ৰদান, ইত্যাদিৰ বাবে নিয়মীয়া কৰ্মচাৰীৰ কাৰণে যাতায়ত মূল্য)৫.০০০.০১
 মুঠ (১ ৰ পৰা ১৫)৩০৬.৩৪ ১০.৭২

অৰ্থনৈতিক সাৰাংশ এন এল ই পি, অসম (২০১৪-১৫)

ক্ৰ. নংকাৰ্য্যকলাপপৰিমাণ
১অৰম্ভণিৰ জমা ৰাশি ০১-০৪-২০১৫১৬.০০ লাখ
২ক)এন এইচ এম অসমৰ পৰা প্ৰাপ্ত পুঁজি,  ১৫/০৬/২০১৫ ত৯.৫০ লাখ
খ) ক)এন এইচ এম অসমৰৰ পৰা প্ৰাপ্ত পুঁজি, ঋণ হিচাবে ২৭/০৭/২০১৫ ত৩৯.৭০ লাখ
মুঠ৬৫.২০ লাখ
৩ব্যয় ২০১৫-১৬ ত (জুন,২০১৫ লৈকে,)১০.৭২ লাখ
৪জিলা সমূহত অনুমোদিত ৰাশি ০৪/০৮/২০১৫ ত৩৬.২৪ লাখ
৫বাকী থকা ৰাশি ৩০.০৬.২০১৫১৮.২৪ লাখ(ৰাজ্য সদৰ + জিলা)