অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কৰ্মসূচী আৰম্ভ কৰা হৈছিল ১৯৭৬ চনত ১০০ শতাংশ কেন্দ্ৰীয় সাহাৰ্য্য আঁচনিত প্ৰচলিত অন্ধত্ব ১.৪ % ৰ পৰা ০.৩ % লৈ কম কৰাৰ লক্ষ্য হাতত লৈ। ২০০১-২ চনৰ জৰীপ অনুসৰি প্ৰচলিত অন্ধত্ব ধৰা হৈছিল ১.১ %। অন্ধত্ব দূৰ কৰাৰ ওপৰত খৰটকীয়া জৰীপ কৰা হৈছিল এন পি চি বি ৰ অধীনত ২০০৬-০৭ চনত, দেখুওৱা হৈছে যে প্ৰচলিত অন্ধত্ব হ্ৰাস হৈছে ১.১ %(২০০১-০২)ৰ পৰা ১ % লৈ (২০০৬-০৭)। বিভিন্ন কাৰ্য্য/নিজাকৈ আগভাগ লোৱা হৈ আহিছে পঞ্চ বাৰ্ষিকী পৰিকল্পনাত, এন পি চি বিৰ অধীনত লক্ষ্য লোৱা হৈছিল যে প্ৰচলিত অন্ধত্ব ২০২০ চনৰ ভিতৰত ০৩ %লৈ হ্ৰাস কৰাৰ লক্ষ্য সাধন কৰিবলৈ।
অন্ধত্বৰ প্ৰধান কাৰণবোৰ তলত দিয়া ধৰণৰ: ছানি ধৰা (৬২.৬ %) প্ৰতিসৰণ ভুল (১৯.৭০%) শ্বেতমণ্ডলৰ অন্ধত্ব (০.৯০%) গ্লুক`মা (৫.৮০%) অস্ত্ৰোপচাৰ জটিলতা (১.২০%)পশ্চাৎ অংশৰ সংপুত স্থিৰ(০.৯০%) পশ্চাৎমণ্ডল বিসংগতি(৪.৯০%) অন্যান্য(৪.১৯%)ৰাষ্ট্ৰীয় প্ৰচলিত শিশুৰ অন্ধত্ব/কম দৃষ্টি অনুমানিক আছে ০.৮০% প্ৰতি হাজাৰত।
যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱা/ৰাজ্যিক কাৰ্য্যক্ৰম বিষয়া | ১ |
ইউ. ডি. এ | ১ |
এল. ডি. এ. তথা টাইপিষ্ট | ১ |
পৰিসাংখ্যিক সহকাৰী | ১ |
জি আৰ. IV | ১ |
বাজেট আৰু গাণনিক বিষয়া | ১ |
ডাটা এণ্ট্ৰি অপাৰেটৰ | ১ |
প্ৰশাসনিক সহকাৰী | ১ |
নেত্ৰ বিশেষজ্ঞ | ১২০(প্ৰায়) |
নেত্ৰ বিশেষজ্ঞ, চুক্তিভিত্তিক | ৩ জন |
নেত্ৰ সহায়ক ( ১২ জন চুক্তিভিত্তিক) | ২১০(প্ৰায়) |
ডি. পি. এম মনোনীত(এম আৰু এইচ ও) | ২১ জন |
ডি. পি. এম., চুক্তিভিত্তিক | ৬ জন |
ডাটা এণ্ট্ৰি অপাৰেটৰ, চুক্তিভিত্তিক | ২৭ জন |
নেত্ৰীয় আঞ্চলিক প্ৰতিষ্ঠান ( আৰ আই ও) এখন গুৱাহাটীত প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে বিশেষ সেৱা-সুবিধা আৰু আন প্ৰতিষ্ঠানলৈ প্ৰেৰণ সহায়ক-সুবিধা লাভ কৰিবলৈ।
১. এ এম চি এইচ, ডিব্ৰুগড়
২. আৰ আই ও,
গুৱাহাটী
৩. শোণিতপুৰ
৪. নগাওঁ
৫. গোৱালপাৰা
৬. বৰপেটা
নেত্ৰ যতন সেৱাত এন জি ও অংশগ্ৰহনকাৰী সকলক সহায় সমৰ্থন কৰা হৈছিল জি টি এ ৰ দ্বাৰা।
বৰ্ষ | লক্ষ্য | সাফল্য | |||
---|---|---|---|---|---|
চৰকাৰী | প্ৰাঃ | এন জি ও | মুঠ | ||
২০১১-১২ | ৮৩৩০০ | ২৭৬৮৫ | ১১৫৭০ | ২৪৩০০ | ৬৩৫৫৫ |
২০১২-১৩ | ৮৫০০০ | ২৮৩৩০ | ১৩৭৯৯ | ২৯৬৬৬ | ৭১৭৯৫ |
২০১৩-১৪ | ৮৫০০০ | ২৯৭৫০ | ১৯৬১৩ | ২৩১৩৬ | ৭২২৪৯৯ |
২০১৪-১৫ | ৮৫০০০ | ২৭৬৫৯ | ১৩৩৯৫ | ৩২০২৭ | ৭৩০৮১ |
এই কাৰ্য্যসূচী বৰ্তমান হাতত লোৱা হৈছে আমাৰ ২৭ খন এন পি চি বি জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা তিনি ধৰণৰ প্ৰতিসৰণ সংশোধনৰ অধীনত।
প্ৰতিসৰণ ত্ৰুটিৰ কাৰণে চশমাৰ ব্যৱস্থা কৰা হয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জিলা স্বাস্থ্য সমিতি, এম. পি. চি. বি. লৈ আগবঢ়োৱা পুঁজিৰ পৰা বি পি এল পৰ্য্যায়ৰ পৰিয়ালৰ হকে।
বৰ্ষ ২০১০-১১ | বৰ্ষ ২০১১-১২ | বৰ্ষ ২০১২-১৩ | বৰ্ষ ২০১৩-১৪ | বৰ্ষ ২০১৪-১৫ | ||||||
---|---|---|---|---|---|---|---|---|---|---|
লক্ষ্য | সাফল্য | লক্ষ্য | সাফল্য | লক্ষ্য | সাফল্য | লক্ষ্য | সাফল্য | লক্ষ্য | সাফল্য | |
স্কুলৰ শিশু স্ক্ৰীনিং | ৩০০০০০ | ২৬৮৫৭০ | ৩০০০০০ | ৭৬২৪১৩ | ৫০০০০০ | ৭১৭৫১৬ | ১৫০০০০০ | ১৯১৭৮৯৭ | - | ১৮৪৯৮৫৭ |
আৰ. ই. চিনাক্ত | - | ১৪৩৭৫ | - | ৪৯৮৩১ | - | ৮০৮৩১ | ১০৫০০০ | ১১৯৮৫৭ | - | ১৩৫১৪২ |
বিনামূলীয়া গ্লাছ প্ৰদান | ৩৫০০ | ৪০৩৪ | ৩৫০০ | ২৩০৭৪ | - | ৪৩৭৯১ | ৩১৫০০ | ৩৮০৪৬ | ৪২০০০ | ৪৩৪৬৫ |
স্কুলৰ শিক্ষ্যকক প্ৰশিক্ষণ প্ৰদান | - | ২৯৪৪ | - | ৪০৫৯ | - | ৩৯৪০ | - | ৪৭১৭ | - | ৪৬৯৯ |
কেটাৰেক্ট অস্ত্ৰোপচাৰ, নেত্ৰ দান আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেত্ৰ আচ্ছাদন কাৰ্য্যসূচী আদি নিৰ্ভৰশীল তথ্য, শিক্ষা আৰু যোগাযোগ কাৰ্য্যৰ ওপৰত।
আই ই চি ৰ সাধাৰণ কাৰ্য্যবোৰ হ`ল: বিজ্ঞাপন প্ৰদৰ্শন, পোষ্টাৰিং, বেনাৰ আঁৰি দিয়া, দেৱাল লিখন, নতুন পত্ৰৰ বিজ্ঞাপন দিয়া, টি ভি আৰু ৰেডিঅ`ত আলোচনা, ছপা আহিলা, সজাগতা সভা আৰু কাৰ্য্যসূচী, শোভাযাত্ৰা, বাটৰ নাট, সুন্দৰ নেত্ৰ প্ৰতিযোগিতা শিশু জ্যোতিমেলা সংগঠিত কৰা, নেত্ৰদান শিবিৰ পতা ইত্যাদি।
কছুমান অৱস্থা যেনে ভিটামিন `এ`ৰ অভাৱ, সৰু আই, ট্ৰেকোমা, চকুৰ স্বেতমণ্ডলৰ ঘাঁ ইত্যাদিয়ে স্বেতমণ্ডললৈ আন্ধাৰ নমাই আনিব পাৰে।স্বেতমণ্ডলৰ জোৰা-কলম হ`ল একমাত্ৰ উপায় দৃষ্টি সংস্থাপন (দান) কৰিবলৈ।নেত্ৰদানৰ আন্তঃগাঁথনি উন্নত কৰা।
এই উদ্দেশ্যৰ কাৰণে এন. পি. চি. বি., অসম ৰাজ্যিক সমিতিয়ে তলত উল্লেখ কৰা নেত্ৰ বেংক আৰু নেত্ৰদান কেন্দ্ৰ স্থাপন কৰাত সমৰ্থন সহায় আগবঢ়াইছে:
নেত্ৰ বেংক:
নেত্ৰদান কেন্দ্ৰ:
বৰ্ষ | মুঠ | |
---|---|---|
২০১১-১২ | সংগ্ৰহ | ৩২৯ |
প্ৰত্যাৰোপণ | ১৯২ | |
২০১২-১৩ | সংগ্ৰহ | ৩১৫ |
প্ৰত্যাৰোপণ | ২০৪ | |
২০১৩-১৪ | সংগ্ৰহ | ৫৪৫ |
প্ৰত্যাৰোপণ | ২৬৪ | |
২০১৪-১৫ | সংগ্ৰহ | ৪২৩ |
প্ৰত্যাৰোপণ | ২০৬ |
বৰ্ষ | বিৱৰণ | লক্ষ্য | সাফল্য |
---|---|---|---|
২০১৪-১৫ | কেটেৰেক্ট অস্ত্ৰোপচাৰ | ৮৫০০০ | ৭৩০৮১ |
বিনামূলীয়া চশমা প্ৰদান | ৪২০০০ | ৪৩৪৬৫ | |
বৃ্দ্ধ ব্যক্তিক চশমা প্ৰদান(ওচৰৰ দৃষ্টি) | ৬০০০০ | ৬০০০০ | |
আই বেংকিং (কৰ্ণিয়া সংগ্ৰহ) | ৪২০ | ৪২৩ | |
আই বেংকিং (কৰ্ণিয়া সংৰোপণ) | জি ও আইৰ দ্বাৰা প্ৰদান নকৰা | ২০৬ | |
২০১৫-১৬ (চেপ্তেম্বৰ /২০১৫ লৈকে) | কেটেৰেক্ট অস্ত্ৰোপচাৰ | ৮৫০০০ | ৩১৩০৮ |
বিনামূলীয়া চশমা প্ৰদান | ৪২০০০ | ১০০৪১ | |
বৃ্দ্ধ ব্যক্তিক চশমা প্ৰদান(ওচৰৰ দৃষ্টি) | ৬০০০০ | ৩৬০০০ | |
আই বেংকিং (কৰ্ণিয়া সংগ্ৰহ) | ৪২০ | ১৩৭ | |
আই বেংকিং (কৰ্ণিয়া সংৰোপণ) | জি ও আইৰ দ্বাৰা প্ৰদান নকৰা | ৫৯ |
ক্ৰ. নং | বৰ্ষ | আৰম্ভণিৰ ধনৰাশি | অনুদান প্ৰাপ্ত | বেংক সূত | মুঠ প্ৰাপ্তি | ব্যয় | বাকী | ব্যৱহৃত % |
---|---|---|---|---|---|---|---|---|
১ | ২০১৩-১৪ | ৪২,৮৭,০২৩.৮৮ টকা | ৮,৬৩,৪৪,০০০ টকা | ৬,৪৬,৩১৩.০০ টকা | ৯,১২,৭৭,৩৩৬.৮৮ টকা | ৭,৯৬,৯৬,১৯৬.০০ টকা | ১,১৫,৮১,১৪০.৮৮ টকা | ৮৭.৩১২% |
২ | ২০১৪-১৫ | ১,১৫!৮১,১৪০.৮৮ টকা | ১২,৩৭,৬৯,০০০.০০ টকা | ৯,৮৮,৫১৩.০০ টকা | ১৩,৬৩,৩৮,৬৫৩.৮৮ টকা | ১১,৯৭,৬৩,৮২৭.০০ টকা | ১,৬৫,৭৪,৮২৬.৮৮ টকা | ৮৭.৮৪২% |
৩ | ২০১৫-১৬ | ১,৬৫,৭৪,৮২৬.৮৮ টকা | ৬৫,৮০,০০০.০০ টকা( জি ও আই দ্বাৰা মোকলাই দিয়া ৰাশি ২০১৪-১৫ বৰ্ষৰ কাৰণে কিন্তু গ্ৰহণ কৰে এন পি চি বিয়ে ২০১৫-১৬ বৰ্ষৰ কাৰণে) | ৫,৬৬,৮৯৬.০০ টকা | ২,৩৭,২১,৭২২.৮৮ টকা | ১,৯৩,৪৬,৯১৮.০০ টকা | ৪৩,৭৪,৮০৪.৮৮ টকা | ৮১.৫৫৭% |