কৰ্মসূচীত অৰ্ন্তভূক্ত কৰা হৈছিল পি আই পি ২৬-০৫-২০১৪ ত।
অসমৰ জিলা নিৰ্বাচন কৰা হৈছিল বৰপেটা আৰু কামৰূপ।
এই কাম কাজ কৰা হয় মুখৰ শব্দৰে,বহিঃ বিভাগ আৰু গ্ৰাম্য বহিঃ বিভাগৰ কাম কাজ কৰা হয় জনপ্ৰচাৰ আৰু বৈদ্যুতিক মাধ্যমৰ জৰিয়তে।
কেন্দ্ৰৰ দ্বাৰা প্ৰশিক্ষণ এলেকাৰ উন্নত কৰা হ`ব দন্ত্য শিক্ষা আৰু গৱেষণাৰ (চি ডি ই আৰ) এইমছ্ নতুন দিল্লীৰ কাৰণে যিটো ঘোষণা কৰা হৈছে মৌখিক স্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰীয় উৎকৃষ্ট কেন্দ্ৰ। অসমৰ ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষকৰ কাৰণে এইমছ্ত টি ও টি পৰিচালনা কৰা হ`ব। আঞ্চলিক দন্ত্য মহাবিদ্যালয়ৰ পৰা দুজন তেনেকুৱা প্ৰশিক্ষকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব কামৰূপ আৰু বৰপেটা জিলাৰ পৰা ২ জন জিলা পৰ্য্যায়ৰ প্ৰশিক্ষকক। জিলা পৰ্য্যায়ৰ সকলোবোৰ স্বাস্থ্য যতন কৰ্মচাৰীৰ প্ৰশিক্ষণত এই কেইজন প্ৰশিক্ষকে অংশ ল`ব। আন বৰ্তি থকা স্বাস্থ্য যতন সুবিধা আৰু সংস্থাবোৰৰ লগত ৰাষ্ট্ৰীয় মৌখিক স্বাস্থ্য কৰ্মসূচীৰ যোগাযোগ থাকিব।
এখন জিলাৰ দন্ত্য গোটক আহিলা-পাতি, মানৱ শক্তিৰে সহায় সমৰ্থন কৰা হ`ব। গোটৰ খৰচ যুগুটাই উলিওৱা হৈছে (সা-সজুলিৰ বাবদ প্ৰতিটো গোটক দিয়া হ`ব ৭ লাখ টকা আৰু মানৱ শক্তি আৰু উপভোগ্যৰ বাবদ ১৩.৪ লাখ প্ৰতি বছৰত)