মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

অসমৰ বাহিৰত চিকিৎসা

অসমৰ আৰোগ্য নিধি (..এন), অটল অমৃত অভিযান আদি অসম চৰকাৰৰ প্রকল্পবোৰত বিভিন্ন বেচৰকাৰী স্বাস্থ্যসেৱা সংস্থা ( ৩০ টা ৰাজ্যৰ বাহিৰৰ আৰু ৭টা ৰাজ্যৰ) ৰেফাৰেল ইউনিট হিচাবে ব্যবহৃত হয়।

ৰাজ্যৰ বাহিৰৰ ৰেফাৰেল চিকিৎসালয়

  • ইন্দ্রপ্রস্থ এপ’ল` হস্পিতেল, নিউ দিল্লী
  • বি এম বিৰলা, হাৰ্ট ইনষ্টিটিউট, কলকাতা
  • এস্কৰ্ট হাৰ্ট ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰ লিমিটেড
  • নাৰায়ণ হৃদয়ালয়া ইনষ্টিটিউট অব কাৰ্ডিয়াক চায়েন্স, বাঙ্গালুৰু
  • অৰবিন্দ চকু চিকিৎসালয়, মাদুৰাই
  • মহাবীৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, হায়দৰাবাদ
  • কৃষ্ঞ ইনষ্টিটিউট অব মেডিকেল চায়েন্স, হায়দৰাবাদ
  • মাদ্রাজ মেডিকেল মিশ্বন, চেন্নাই
  • মেক্স হাৰ্ট ইনষ্টিটিউট, নিউ দিল্লী
  • গ্ল`বেল হস্পিতেল - হায়দৰাবাদ, চেন্নাই এণ্ড বাঙ্গালুৰু
  • বাট্ৰা হস্পিতেল, নিউ দিল্লী
  • যশোদা চিকিৎসালয়, চেকেণ্ড্ৰাবাদ, হায়দৰাবাদ
  • অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, নিউ দিল্লী
  • এপ’ল` চিকিৎসালয়, চেন্নাই, হায়দৰাবাদ
  • নেশ্বনেল ইনষ্টিটিউট অফ মেণ্টেল হেলথ এণ্ড নিউৰ’-চায়েন্স (এনআইএমএইচএছএনএছ), বাঙ্গালুৰু
  • পোষ্ট গ্রেজুয়েট ইনষ্টিটিউট, চণ্ডীগড়
  • গঙ্গাৰাম চিকিৎসালয়, নিউ দিল্লী
  • প্রিন্স আলে খান চিকিৎসালয়, মুম্বাই
  • এ.এম.আৰ.আই. চিকিৎসালয়, চল্ট লেক, কলকাতা
  • মিশ্বন চিকিৎসালয়, দুৰ্গাপুৰ পশ্চিমবঙ্গ
  • খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড চিকিৎসালয়, ভেলোৰ
  • কেন্সাৰ ইনষ্টিটিউট, আদিৰে, চেন্নাই
  • টাটা মেম’ৰিয়েল চিকিৎসালয়, মুম্বাই
  • কে গোবিন্দস্বামী নাইডু মেডিকেল ট্রাষ্ট, ক’ইম্বাট’ৰ
  • এপ’ল` গ্লেনাগল্চ চিকিৎসালয় কলকাতা
  • ধীৰুভাই আম্বানি চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, মুম্বাই
  • অমৃত ইনষ্টিটিউট অফ মেডিকেল চায়েন্সজ, কোচি
  • মেডান্ত–দ্য মেডিচিটি, গুড়গাঁও, হাৰিয়ানা
  • আৰ্টেমিজ হেলথ ইনষ্টিটিউট, গুড়গাঁও
  • এচিয়ান হাৰ্ট ইনষ্টিটিউট, মুম্বাই
 

ৰাজ্যৰ ভিতৰৰ ৰেফাৰেল চিকিৎসালয়:

  • ডাউন টাউন চিকিৎসালয়, গুৱাহাটী
  • ডঃ বি. বৰুৱা কেন্সাৰ, ইনষ্টিটিউট, গুৱাহাটী
  • জি.এন.আৰ. চি., গুৱাহাটী
  • ইণ্টাৰ্নেচনেল চিকিৎসালয়, গুৱাহাটী (নেফ্র`লজি)
  • শংকৰদেৱ নেত্রালয়, গুৱাহাটী (অপথেলম’ল’জী)
  • চিকিৎসালয়, লালগনেশ, গুৱাহাটী
  • নৰ্থ ইষ্ট কেন্সাৰ হস্পিতেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট, গুৱাহাটী