টীকাৰ ``হট ল`টচ`` আছে যি অন্যৰ তুলনাত অধিক প্ৰতিকূল ঘটনা আৰু মৃত্যুৰ লগত জড়িত। মাক বাপেকে এই ভাগ সমূহৰ বৃহৎ সংখ্যা বিছাৰি উলিয়াব লাগিব আৰু তেওঁলোকৰ শিশুৱে যাতে এই সমূহৰ পৰা টিকা ল`ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।
টিকাৰ অনেক ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়া আছে, অসুস্থতা, আৰু আনকি মৃত্যুৰ কাৰণ পৰ্য্যন্ত হ`ব পাৰে-সাম্ভাব্য দীৰ্ঘম্যাদী প্ৰভাৱসমূহৰ বিষয়ে উল্লেখ কৰা নাই যাৰ বিষয়ে আমি এতিয়াও জনা নাই।
টিকাৰ-প্ৰতিৰোধয্যোগ্য ৰোগ আমাৰ দেশৰ পৰা প্ৰায় নাইকিয়া কৰি দিয়া হৈছে, সেই কাৰণে মোৰ শিশুক টিকা দিয়াৰ কোনো প্ৰয়োজন নাই।
এটা সময়ত বিভিন্ন বোমাৰৰ কাৰণে এটা শিশুক কেইবা ধৰণৰ টিকা দিয়াটো ক্ষতিকাৰক আৰু পাৰ্শ্বক্ৰিয়াৰ বিপদ বঢ়াব পাৰে আৰু প্ৰতিৰক্ষা প্ৰণালীত অত্যাধিক বোজা হ`ব পাৰে।