মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

স্বাস্থ্যৰ পেলিয়েটিভ আৰু গেৰিয়েটিভ যত্ন

পেলিয়েটিভ যত্ন-- ৰোগ নিৰাময় চিকিৎসাৰ প্ৰতি অসংবেদী ৰোগীৰ সক্রিয় যত্ন। বিষ আৰু অন্যান্য উপসৰ্গৰ নিয়ন্ত্রণ লগতে সামাজিক, মনস্তাত্ত্বিক আৰু আধ্যাত্মিক সমস্যা আদিক ইয়াত প্রধান্য দিয়া হয়। যিকোনো স্বাস্থ্যসেৱা পেচাদাৰীৰ দ্বাৰা এই সেৱা প্ৰদান কৰা হয়।

গেৰিয়েটিভ যত্নৰ ব্যবস্থাপনা- ("বয়োজ্যেষ্ঠৰ যত্ন ব্যবস্থাপনা", "জ্যেষ্ঠ স্বাস্থ্যসেৱা ব্যবস্থাপনা" বা "পেশাদাৰী যত্ন ব্যবস্থাপনা" নামেৰেও পৰিচিত) ই তেওঁলোকৰ দীৰ্ঘম্যাদী যত্নৰ প্রয়োজন সাপেক্ষে শাৰীৰিক আৰু / অথবা মানসিক অসদাচৰণৰ লগত বয়স্ক আৰু অন্যান্য সকলৰ যত্ন আৰু সমন্বয় সাধনৰ প্রক্রিয়া, তেওঁলোকৰ গুণগত মান উন্নত কৰা আৰু যিমান দিন সম্ভৱ তেওঁলোকৰ স্বাধীনতা বজায় ৰখাৰ প্রক্রিয়া। ইয়াত বিভিন্ন ধৰণৰ স্বাস্থ্য আৰু সামাজিক সেৱা প্রদানকাৰীৰ পৰিচালনা, উপস্থাপনা আৰু উল্লেখ কৰাৰ বাবে বয়স্ক ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালৰ লগত কাম কৰা হয়।
অসমৰ পেলিয়েটিভ আৰু গেৰিয়েটিভ যত্ন কেন্দ্ৰ

ক্ৰমিক নংনাম আৰু ঠিকনাযোগাযোগৰ ঠিকনা
১.গুৱাহাটী পেইন আৰু পেলিয়েটিভ কেয়াৰ চ’চাইটি
দূৰ্গা নাথ হেম প্রভা হাজাৰিকা মেম`ৰিয়েল পেলিয়েটিভ কেয়াৰ ক্লিনিক
ভুৱন পথ, উজান বজাৰ, গুৱাহাটী - ৭৮১০০১, অসম
ড˚ দীনেশ চন্দ্ৰ গোস্বামী, সচিব
ফোন: ০৩৬১ ২৬০৪৯৪৩,০৯৪৩৫৭৩১৪৩৫(মোবাইল)
painassam@rediffmail.com
goswamidcg@yahoo.co.in
২.ডিগবৈ পেইন এণ্ড পালিয়েটিভ কেয়াৰ চ’চাইটি
বাপুপং, ডিগবৈ
ড˚অজয় দুৱৰা
ফোন: + ৯১-৯৪৩৫১৩৭৫৭৯
৩.কাছাৰ কেন্সাৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্র
মেহেৰপুৰ, শিলচৰ -৭৮৮০১৫, কাছাৰ, অসম
ড˚ আৰ.ৰবি কানন
টেল: (+৯১) ০৩৮৪২ ২৩৫১৩৫,
(+৯১) ০৩৮৪২ ২৪০৬০৮
cchs@bsnl.in
ড˚ ইকবাল বাহাৰ
ফোন: ০৯৪৩৫০৩৪৩৯৯
driqbal777@yahoo.co.in
iqbal.bahar@cacharcancerhospital.org
৪.ডঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটী
(আঞ্চলিক কেন্সাৰ কেন্দ্র)
গোপীনাথ নগৰ, গুৱাহাটী -১৬
ডঃ এ.চি. কটকী, পৰিচালক
ডা˚কে. ভাগৱতী, মেডিকেল বিষয়া পি চি ইউ
ফোন: ০৩৬১ ২৪৭২৩৬৬
+৯১৯৮৬৪০ ৯৩৬৮৭
kbhagabati@yahoo.co.uk
৫.যোৰহাট পেইন এণ্ড পেলিয়েটিভ কেয়াৰ চ’চাইটি
আবুল কামাল মেম`ৰিয়েল ট্রাষ্ট বিল্ডিং
তৰুণ ৰাম ফুকন পথ যোৰহাট -১
শ্ৰী প্রকাশ বৰুৱা
ফোন: ৯৯৫৪৫৩৩৮৬১
৬.চেক্ৰেড হাৰ্ট পেলিয়েটিভ কেয়াৰ চেণ্টাৰ (ধৰ্মশালা)
হাস্তিনাপুৰ, ৯ মাইল
গুৱাহাটী-২৩
শ্রী লিস্বেট
ফোন: ০৩৬১২৮৯৫১৪৩; ০৯৯৫৪৭৫৪৭২৬
৭.বেপ্তিষ্ট খ্রীষ্টান হাস্পিতেল,
তেজপুৰ, শোণিতপুৰ জিলা, অসম
ডঃ জেৰাইন লিয়ানকিমি
tezpur@eha-health.org
৮.ডিপাৰ্টমেণ্ট অৱ পেলিয়েটিভ অনক`ল`জি,
নৰ্থ-ইষ্ট কেন্সাৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্র,
১১ মাইল, আমেৰিগোগ, যোৰাবাট,
গুৱাহাটী, অসম ৭৮১০২৩
ডাঃ সংঘমিত্ৰা বৰা
ফোন: ৭৩৯৯৪৭৮৮৮৮, ৯৪৩৫৭০৭৬৬১
nechrighy@gmail.com
www.nechri.org