অসমত থকা কেন্সাৰ চিকিৎসালয়, ইনষ্টিটিউট আৰু কেন্দ্রসমুহৰ তালিকা
১. জি.এম.চি.ৰ কেন্সাৰ চিকিৎসালয় (২০০ বিচনাযুক্ত)
গুৱাহাটী
২. ডঃ বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউট
(চিকিৎসাআৰু গৱেষণাৰ আঞ্চলিক ইনষ্টিটিউট)
গোপীনাথ নগৰ, গুৱাহাটী
অসম - ৭৮১০১৬
ফোন নম্বৰ + ৯১-৩৬১-২৪৭২৬৩৬, ২৪৭২৩৬৬, ২৪৭২৬৩৬, ২৪২২২৪২৪
৪. নৰ্থ-ইষ্ট কেন্সাৰ চিকিৎসালয়
যোৰাবাট, গুৱাহাটী,
অসম - ৭৮১০২৩
ফোন নম্বৰ ০৯৪ ৩৫ ০৪৪০৭৬
৫. কাছাৰ কৰ্কট চিকিৎসালয় চ’চাইটি
এন. এছ. এভিনিউ, শিলচৰ
অসম - ৭৮৮০০৫
ফোন নং +৯১ (০৩৮৪২) ২৩১৯০১
৬. কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্র
মেহেৰপুৰ, শিলচৰ
অসম - ৭৮৮০১৫
ফোন নং + ৯১ (০৩৮৪২) ২২৪৭৯৫য়২৪০৬০৮
৭. নামনি অসম চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
উত্তৰ বঙ্গাইগাওঁ, ছাপগুৰি পথ,
উত্তৰ বঙ্গাইগাওঁ, বঙাইগাঁও - ৭৮৩৩৮০
ফোন নম্বৰ (০৩৬৬৪) ২৩০৪৬৪, ২৩০৪৬৫
৮. জে. জে.মেমৰিয়েল হস্পিতেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ এভিনিউ,
ডিব্রুগড়, অসম - ৭৮৬০০৫
ফোন নম্বৰ (০৩৭৩) ৩০২৪০৭, ৩০০১৪৬
৯. সৃষ্টি হস্পিতেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ ×
পল্টন বজাৰ, জালান নগৰ,
ডিব্রুগড়, অসম - ৭৮৬০০৫
ফোন নম্বৰ (০৩৭৩) ২৩০১৩০০, ৩০০০২৪
১০. ফ্ল`ৰেন্স হস্পিতেল
পঞ্চৰত্ন পথ,
গোৱালপাৰা–৭৮৩১০১,
অসম
ফোন নম্বৰ(০৩৬৬৩) ২৪২০৮৪
১১. এডলেব ডায়`গন`ষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ
চেইণ্ট মেৰিজ স্কুলৰ বিপৰীত দিশে, এম.চি.ৰোড,
গুৱাহাটী–৭৮১০০৩,
জিলা: কামৰূপ, অসম
ফোন নম্বৰ(০৩৬১) ২৬৬৪৮০১, ২৬৬৪৮৯৫
১২.আৰ্য্য হস্পিতেল
এ.এম. ৰোড, অপ্সৰা চিনেমা হলৰ বিপৰীত দিশে,
ৰিহাবাৰী, গুৱাহাটী– ৭৮১০০৮,
জিলা: কামৰূপ, অসম
ফোন নম্বৰ(০৩৬১) ২৬০৬৬৫, ২৬০৬৮৮৮
১৩. ধৰণীধৰ মেম’ৰিয়েল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্চ (ডিআইএমএছ)
২ নং মঠঘৰীয়া, বি জি তিনিআলি,
জু-নাৰেংগী পথ, গুৱাহাটী - ৭৮১০২০
জিলা: কামৰূপ, অসম
ফোন নম্বৰ(০৩৬১) ২৬৫৬৯৫৭, ২৫৬৫৬৫৪৬
১৪. গুৱাহাটী নিউৰ’ৰিচাৰ্চ চেণ্টাৰ লিমিটেড
দিশপুৰ চুপাৰ মাৰ্কেটৰ কাষত,
গুৱাহাটী– ৭৮১০০৬,
জিলা: কামৰূপ, অসম
ফোন নম্বৰ (০৩৬১) ২২২৭৭০, ২২২৭৭০১