মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

সাফল্যৰ বিৱৰণ

৩৬০ বিশেষ যোগাযোগৰ প্ৰচাৰ অভিযান এইচ আই ভি/এইডচ্ৰ ওপৰত

প্ৰচাৰ অভিযানে সামৰি লোৱা এলেকা: অসমৰ কাচাৰ জিলা।

সময়সীমা:দুমাহ (ফ্ৰেব্ৰুৱাৰী-মাৰ্চ-২০১৭)

অভিযানৰ কাৰণে নিৰ্বাচিত বিষয় : কাচাৰ জিলাত এইচ আই ভি/এইডচ্‌ৰ প্ৰতিৰোধৰ কাৰণে বহু ক্ষেত্ৰীয় দৃষ্টিকোন।

প্ৰচাৰ অভিযানৰ আঁৰৰ কাৰণ:

  • উচ্চসন্দেহজনকচিনাক্তকৰণ : সংখ্যা অনুযায়ী কামৰূপ (মহানগৰ) জিলাৰ পিছতে কাচাৰ হৈছে দ্বিতীয় সৰ্বোচ্চ ইতিবাচক চিনাক্তকৰণ জিলা এছ আই এম এছৰ দাতা অনুযায়ী।
  • সীমামুৰীয়াজিলা: কাচাৰে বাংলাদেশ আৰু মিজোৰাম আৰু মনিপুৰৰ নিচিনা উচ্চ প্ৰাবল্যৰ ৰাজ্যৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভগাই লয়।
  • ভিতৰআৰুবাহিৰৰপ্ৰৱজন: বিপুল সংখ্যক জনসংখ্যা কাচাৰ জিলাৰ পৰা অন্য জিলা/ৰাজ্যলৈ কামৰ বাবে, পৰস্পৰভাৱে শিক্ষাৰ কাৰণে ইত্যাদি কাৰণত প্ৰৱজন কৰে।
  • বিশালব্ৰিজজনসংখ্যাৰবিদ্যমানতা : কাচাৰ জিলা হ`ল বাহিৰৰ জিলা আৰু ৰাজ্য সমূহলৈ যোৱা ট্ৰাক সমহূৰ কাৰণে পৰিবহণ বিন্দু। কাচাৰ জিলাত মহিলা যৌন কৰ্মী যথেষ্ট বেছি কাৰণ অসমৰ ভিতৰত কাচাৰ এক মাত্ৰ জিলা য`ত ৰেড লাইট এলেকা আছে। 
 

লক্ষ্যনিষ্ট জনসংখ্যা: সাধাৰণ আৰু ব্ৰিজ জনসংখ্যা

কাৰ্য্য কলাপৰ ক্ষেত্ৰ: আই চি টি চি আৰু টি আই এছৰ পৰা পোৱা ডাটা অনুসৰি জিলাৰ অসুৰক্ষিত এলেকা সমূহ চিনাক্ত কৰণ কৰা হৈছে।