প্ৰচাৰ অভিযানে সামৰি লোৱা এলেকা: অসমৰ কাচাৰ জিলা।
সময়সীমা:দুমাহ (ফ্ৰেব্ৰুৱাৰী-মাৰ্চ-২০১৭)
অভিযানৰ কাৰণে নিৰ্বাচিত বিষয় : কাচাৰ জিলাত এইচ আই ভি/এইডচ্ৰ প্ৰতিৰোধৰ কাৰণে বহু ক্ষেত্ৰীয় দৃষ্টিকোন।
প্ৰচাৰ অভিযানৰ আঁৰৰ কাৰণ:
- উচ্চসন্দেহজনকচিনাক্তকৰণ : সংখ্যা অনুযায়ী কামৰূপ (মহানগৰ) জিলাৰ পিছতে কাচাৰ হৈছে দ্বিতীয় সৰ্বোচ্চ ইতিবাচক চিনাক্তকৰণ জিলা এছ আই এম এছৰ দাতা অনুযায়ী।
- সীমামুৰীয়াজিলা: কাচাৰে বাংলাদেশ আৰু মিজোৰাম আৰু মনিপুৰৰ নিচিনা উচ্চ প্ৰাবল্যৰ ৰাজ্যৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভগাই লয়।
- ভিতৰআৰুবাহিৰৰপ্ৰৱজন: বিপুল সংখ্যক জনসংখ্যা কাচাৰ জিলাৰ পৰা অন্য জিলা/ৰাজ্যলৈ কামৰ বাবে, পৰস্পৰভাৱে শিক্ষাৰ কাৰণে ইত্যাদি কাৰণত প্ৰৱজন কৰে।
- বিশালব্ৰিজজনসংখ্যাৰবিদ্যমানতা : কাচাৰ জিলা হ`ল বাহিৰৰ জিলা আৰু ৰাজ্য সমূহলৈ যোৱা ট্ৰাক সমহূৰ কাৰণে পৰিবহণ বিন্দু। কাচাৰ জিলাত মহিলা যৌন কৰ্মী যথেষ্ট বেছি কাৰণ অসমৰ ভিতৰত কাচাৰ এক মাত্ৰ জিলা য`ত ৰেড লাইট এলেকা আছে।
লক্ষ্যনিষ্ট জনসংখ্যা: সাধাৰণ আৰু ব্ৰিজ জনসংখ্যা
কাৰ্য্য কলাপৰ ক্ষেত্ৰ: আই চি টি চি আৰু টি আই এছৰ পৰা পোৱা ডাটা অনুসৰি জিলাৰ অসুৰক্ষিত এলেকা সমূহ চিনাক্ত কৰণ কৰা হৈছে।