মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

অসমত দৈহিক আঘাত কেন্দ্ৰসমূহ

১১তম পঞ্চ বাৰ্ষিক পৰিকল্পনা মতে, ভাৰত চৰকাৰ Iম পৰ্য্যায়ত অনুমোদন দিছে আৰু ধনৰাশি প্ৰদান কৰিছে অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয় সমূহৰ ৭খন দৈহিক আঘাত কেন্দ্ৰলৈ।

অসমৰ বৰ্তমান দৈহিক আঘাত কেন্দ্ৰ সমূহৰ বৰ্তমান স্থিতি তলত উল্লেখ কৰা হ`ল

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (জি এম চি এইচ) – পৰ্য্যায়-II
  • শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (এছ এম চি এইচ) - পৰ্য্যায়-II
  • অসামৰিক চিকিৎসালয়, নগাওঁ - পৰ্য্যায়-II
  • জিলা চিকিৎসালয়, নলবাৰী - পৰ্য্যায়-III
  • অসামৰিক চিকিৎসালয়, হাফলং - পৰ্য্যায়–III (কাৰ্য্যৰত নহয়)
  • অসামৰিক চিকিৎসালয়, বঙাইগাওঁ - পৰ্য্যায়-III
  • অসামৰিক চিকিৎসালয়, ডিফু - পৰ্য্যায়-III 
 

তলত উল্লেখ কৰা দৈহিক আঘাত কেন্দ্ৰ সমূহ পৰ্য্যায়-II ৰ পৰা পৰ্য্যায়-I লৈ উন্নিত কৰণৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছে

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (জি এম চি এইচ)
  • শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (এছ এম চি এইচ)
  • অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় (এ এম চি এইচ)(এতিয়ালৈকে দৈহিক আঘাত কেন্দ্ৰ হিছাবে মনোনীত কৰা হোৱা নাই) 
 

তলত উল্লেখ কৰা দৈহিক আঘাত কেন্দ্ৰ সমূহ পৰ্য্যায়-III ৰ পৰা পৰ্য্যায়-II লৈ উন্নিতকৰণৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছে

  • অসামৰিক চিকিৎসালয়, বঙাইগাওঁ
  • যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়(জে এম চি এইচ) (এইচ)(এতিয়ালৈকে দৈহিক আঘাত কেন্দ্ৰ হিছাবে মনোনীত কৰা হোৱা নাই)
  • ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় (এফ এ এ এম চি) বৰপেটা ((এইচ)(এতিয়ালৈকে দৈহিক আঘাত কেন্দ্ৰ হিছাবে মনোনীত কৰা হোৱা নাই)
  • তুলাৰাম বাফনা চিকিৎসালয়, আমিনগাওঁ, কামৰূপ জিলা ((এইচ)(এতিয়ালৈকে দৈহিক আঘাত কেন্দ্ৰ হিছাবে মনোনীত কৰা হোৱা নাই) 
 

চৰকাৰে ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ৩০ খন চিকিৎসালয়ত দৈহিক আঘাত কেন্দ্ৰৰ কাৰণে প্ৰস্তাৱ পঠিয়াইছে।