পাতনি : কায়াকল্পই পৰিষ্কাৰ-পৰিচ্ছন্ন, স্বাস্থ্য ৰক্ষা আৰু সংক্ৰমন নিয়ন্ত্ৰণ অভ্যাস জন স্বাস্থ্য যত্ন সুবিধাবোৰত উন্নতি ঘটায়। এনেকুৱা এইচ এক স্বীকৃতি দিবলৈ যিয়ে দৰ্শন কৰাই উদাহৰণ প্ৰদৰ্শী কাৰ্য্য পৰিষ্কাৰ-পৰিচছন্ন আৰু সংক্ৰমন নিয়ন্ত্ৰণৰ উচ্চমানৰ কৰ্মপদ্ধতিৰ লগত লাগি থাকিব পৰাকৈ। চলিত মান নিৰ্ণয় আৰু সন্ধানী দৃষ্টিৰে কাৰ্য্যক্ৰম সম্পৰ্কীয় স্বাস্থ্য ৰক্ষা, পৰিষ্কাৰ-পৰিচছন্ন আৰু সংক্ৰমন নিয়ন্ত্ৰণ সংস্কৃতিৰ ওপৰত সমীক্ষাৰ কথা শিকায় যিটোৱে সৃষ্টি কৰে আৰু অংশ গ্ৰহণৰ কথা দৰ্শাই স্থায়ী অনুশীলন সম্পৰ্কীয় পৰিষ্কাৰ-পৰিচছন্নতাৰ উন্নতি ঘটোৱাত আৰু জনস্বাস্থ্য সুবিধাবোৰত যোগাত্মক স্বাস্থ্য যোগাযোগ থকা প্ৰতিষ্ঠানত।
অসমত কায়াকল্প কাম-কাজ হাতত লোৱা হৈছে
ৰাজ্যিক পৰ্য্যায়ৰ পুৰস্কাৰ সমিতি গঠন : জনস্বাস্থ্য প্ৰতিষ্ঠানত পৰিষ্কাৰ-পৰিচছন্নতা বৃদ্ধিৰ কাৰণে আৰু এম ও এইচ এফ ডব্লিউক অনুসৰণ কৰি পুৰস্কাৰ প্ৰদান ঘোষণাৰ বাবে ইতিমধ্যে ২০১৫ চনত গঠিত হৈছিল ৰাজ্যিক পৰ্য্যয়ৰ পুৰস্কাৰ সমিতি সংবিধান। সকলো জিলাই সংগঠিত কৰিছিল একোখন ৰাজ্যিক পৰ্য্যায়ৰ পুস্কাৰ সমিতি মান নিৰ্ণয় নিশ্চিতি কৰা আৰু বঁটাৰ ঘোষণাৰ বাবে পি এইচ চি পৰ্য্যায়ত। বিভিন্ন মূল্যায়ণ সমিতিয়ে আভ্যন্তৰীণ, সন্ধানী আৰু বাহ্যিক মূল্যাংকণ কৰিছে জনস্বাস্থ্য প্ৰতিষ্ঠানত কায়াকল্পৰ কাৰণে।
| ক্ৰঃ নং | জিলা | এইচ আই | বাহ্যিক মূল্যাংকন স্ক`ৰ | স্থান |
|---|---|---|---|---|
| ১ | কাৰ্বিআংলং | ডিফু অসামৰিক চিকিৎসালয় | ৮১.২ | ১ম |
| ২ | নলবাৰী | এছ এম কে অসামৰিক চিকিৎসালয় | ৭৭.৪ | ২য় |
| ক্ৰঃ নং | জিলা | এইচ আই | স্ক`ৰ |
|---|---|---|---|
| ১ | যোৰহাট | তিতাবৰ এছ ডি চি এইচ | ৭৫.৮ ১ম পুৰস্কাৰ |
| ২ | নলবাৰী | মুকালমুৱা এফ আৰ ইউ | ৭৩.৭ ২য় পুৰস্কাৰ |
কায়াকল্প স্ক`ৰ পি এইচ চি ৰ কাৰণে
| ১ | কাচাৰ | নাৰ্গিগপুৰ এম পি এইচ চি | ৭২.৩ |
| ২ | তিনিচুকীয়া | বডিৰাক এম পি এইচ চি | ৮৩.৭ |
| ৩ | ডিব্ৰুগড় | লিডু এম পি এইচ চি | ৭৪ |
| ৪ | বৰবৰুৱা পি এইচ চি | ৯০.৬ | |
| ৫ | গোলাঘাট | লাহোৱাল পি এইচ চি | ৭২ |
| ৬ | ডিব্ৰুগড় এছ ডি | ৭২ | |
| ৭ | কে. বি. আলি বি পি এইচ চি | ৮২.৭ | |
| ৮ | কোকৰাঝাৰ | চোমনিগাওঁ এম পি এইচ চি | ৯০ |
| ৯ | ঢোলমাৰা এম পি এইচ চি | ৭২ | |
| ১০ | যোৰহাট | মেলমাটি এম পি এইচ চি | ৮২.৫ |
| ১১ | নলবাৰী | টিপমিয়া এম পি এইচ চি | ৮৩.৫ |
| ১২ | চেনিজান এম পি এইচ চি | ৭০.৫ | |
| ১৩ | আটাপাম এম পি এইচ চি | ৮৫ | |
| ১৪ | ১. কমাৰকুছি এম পি এইচ চি | ৭১ | |
| ১৫ | ৪. দৌলাশাল এম পি এইচ চি | ৮৭.৭ | |
| ১৬ | বঙাইগাওঁ | লেংটিছিঙা এম পি এইচ চি | ৯০.৭ |
কায়াকল্পৰ পাছত নলবাৰী এছ. এম. কে অসমৰিক হস্পিতেল কিছুমান ফটো
১. সহজতে পাবৰ কাৰণে কৌশলেৰে দিয়া সংকেতক থাপিত কৰক

বৃক্ষৰোপণৰ দ্বাৰা মুকলি ঠাইবোৰ ব্যৱহাৰৰ লগতে সৌন্দৰ্য্যকৰ কৰি তোলক

আগৰ আৰু পাছৰ তুলনামূলক ফটো সমূহ
