মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

আমাৰ সেৱাসমূহ
  1. বিনামূলীয়া ঔষধ/অস্ত্ৰোপচাৰৰ সামগ্ৰী/পেচমেকাৰ/হাৰ্ট ভাল্ভ।
  2. কেন্সাৰৰ নিচিনা জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ বেমাৰৰ ৰোগী সকলৰ কাৰণে আৰ্থিক সাহাৰ্য্য ইত্যাদি।
  3. শিশুসকলৰ গৰ্ভস্থ হৃদৰোগৰ বিনামূলীয়া চিকিৎসা।
  4. অপাৰেশ্বন হাঁহি – ওঁঠ ফটা শিশু সকলৰ কাৰণে বিনামূলীয়া অস্ত্ৰোপচাৰ।
  5. ব`ট ক্লিনিক/মবাইল মেডিকেল ইউনিট।
  6. বিনামূলীয়া এম্বুলেঞ্চ সেৱা - ১০৮, ১০২
  7. অন্ধত্ব নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম

    ক. স্কুলৰ শিশু সকলক বিনামূলীয়া চশমা বিতৰণ।

    খ. বয়সস্থ লোকৰ কাৰণে বিনামূলীয়া চশমা। (ওচৰৰ দৃষ্টি)

    গ. আই বেংকিং (কৰ্ণিয়া সংগ্ৰহ আৰু সংৰোপণ)

    ঘ. কেটাৰেক্ট অস্ত্ৰোপচাৰ আৰু বিনামূলীয়া শিবিৰ।

  8. বীজাণুবাহী বেমাৰ নিয়ন্ত্ৰণ কাৰ্য্যসূচী

    ক. বিনামূলীয়া কিটনাশক ব্যৱহাৰ কৰা অঠুৱা আৰু বিছনা বিতৰণ

    খ. ডি ডি টি চটিউৱা/কুঁৱলীছন্ন কৰা

    গ. দ্ৰুত ৰোগ নিৰ্ণয় কিট

  9. বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম (এন পি পি চি ডি)

    ক. শ্ৰৱণযন্ত্ৰৰ বিনামূলীয়া বিতৰণ

  10. ফ`ৰ`ছিচ ( এন পি পি চি এফ)ৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী।

    ক. ক্ষুদ্ৰ-পুষ্টি পৰিপূৰক বস্তুৰ যোগান।

    খ. ভ্ৰাম্যমান সঁজুলীৰ যোগান (চকা থকা চকি ইত্যাদি)

    গ. মেডিকেল পৰীক্ষাৰ ব্যৱস্থা।

  11. ৰাষ্ট্ৰীয় আয়ডিন অভাৱ বিসংগতি নিয়ন্ত্ৰণ কৰ্মসূচী ( এন আই ডি ডি চি পি)

    ক. ক্লিনিকেল আৰু জৈৱ-ৰসায়নিক পদ্ধতিৰে মেডিকেল পৰীক্ষা।

  12. ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী ( এন টি চি পি)

    ক. ঔষধ বিজ্ঞান চিকিৎসা আৰু পৰামৰ্শৰ দ্বাৰা ধপাত সেৱন বন্ধ কৰা সেৱা।

    খ. ধপাত নিয়ন্ত্ৰণ আইন ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণক সুৰক্ষা দিয়া।

  13. ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কৰ্মসূচী(এন এল ই পি)
  14. গঠনহীনতাৰ বাবে গঠনমূলক অস্ত্ৰোপচাৰ আৰু ৰোগীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা
  15. ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যসূচী
  16. বিনামূলীয়া ঔষধ বিতৰণ
  17. মেডিকেল পৰীক্ষা-নিৰীক্ষা
  18. পৰামৰ্শ প্ৰদান